• Home
  • »
  • News
  • »
  • lifestyle
  • »
  • Bollywoodৰ অভিনেতা অক্ষয় কুমাৰৰ মহানুভৱতা ! বিদ্যালয় পুনৰ নিৰ্মাণৰ বাবে আগবঢ়ালে ১ কোটি টকাৰ অনুদান...

Bollywoodৰ অভিনেতা অক্ষয় কুমাৰৰ মহানুভৱতা ! বিদ্যালয় পুনৰ নিৰ্মাণৰ বাবে আগবঢ়ালে ১ কোটি টকাৰ অনুদান...

Bollywoodৰ অভিনেতা অক্ষয় কুমাৰে (Akshay Kumar) কাশ্মীৰৰ এখন বিদ্যালয় পুনৰ নিৰ্মাণৰ বাবে ১ কোটি টকা দান কৰিছে বুলি জানিব পৰা গৈছে।

  • Share this:
Bollywoodৰ অভিনেতা অক্ষয় কুমাৰে (Akshay Kumar) কাশ্মীৰৰ এখন বিদ্যালয় পুনৰ নিৰ্মাণৰ বাবে ১ কোটি টকা দান কৰিছে বুলি জানিব পৰা গৈছে। অক্ষয় কুমাৰে ১৭ জুনত জম্মু আৰু কাশ্মীৰত সীমান্ত সুৰক্ষা বাহিনীৰ (বিএছএফ-BSF) সৈতে অতিবাহিত কৰিছিল। ইফালে, অক্ষয়ে কাশ্মীৰৰ নীৰু গাঁৱৰ এখন জৰাজীৰ্ণ বিদ্যালয় পুনৰ নিৰ্মাণৰ বাবে ১ কোটি টকাৰ দান কৰাৰ ইচ্ছা প্ৰকাশ কৰিছে।

স্পটবয়ত প্ৰকাশিত এক বাতৰি অনুসৰি, বিদ্যালয়খনৰ আধাৰশিলা ২৭ জুলাইত স্থাপন কৰা হৈছে। বিদ্যালয়খনৰ নাম অক্ষয়ৰ দেউতাক স্বৰ্গীয় হৰিওম ভাটিয়াৰ নামেৰে ৰখা হৈছে। বিএছএফৰ এটা টুইটত এই টোকাও প্ৰকাশ পাইছে।

Published by:Kokil Sarma
First published: