• Home
  • »
  • News
  • »
  • lifestyle
  • »
  • বাইক লৈ এগৰাকী যুৱতীৰ ভয়াৱহ ষ্টাণ্ট! মুহূৰ্ততে ভাইৰেল ভিডিঅ’

বাইক লৈ এগৰাকী যুৱতীৰ ভয়াৱহ ষ্টাণ্ট! মুহূৰ্ততে ভাইৰেল ভিডিঅ’

বাইকত ল’ৰাবোৰৰ যি একচেতিয়া দখল সেয়া এতিয়া আৰু নাই! ল’ৰাই যদি পাৰে ছোৱালীয়ে কিয় নোৱাৰে।

বাইকত ল’ৰাবোৰৰ যি একচেতিয়া দখল সেয়া এতিয়া আৰু নাই! ল’ৰাই যদি পাৰে ছোৱালীয়ে কিয় নোৱাৰে।

বাইকত ল’ৰাবোৰৰ যি একচেতিয়া দখল সেয়া এতিয়া আৰু নাই! ল’ৰাই যদি পাৰে ছোৱালীয়ে কিয় নোৱাৰে।

  • Share this:
ছচিয়েল মিডিয়া অহাৰ পিছৰে পৰা আমি ঘৰত বহিয়ে বহুত কিবা কিবি চাবলৈ পাইছো। কেতিয়াবা যদি কোনোবাই ভাল গান গাইছে, কেতিয়াবা কোনোবাই ভাল নাচিছে। কেতিয়াবা যদি কোনোবাই সাহসিকতাৰ কাম কৰিছে, কেতিয়াবা আকৌ কোনোবাই ভাল সমাজৰ বাবে কৰা ভাল কামৰ বিষয়ে ছচিয়েল মিডিয়াযোগে জানিব পাৰি।

বৰ্তমান এটা ভিডিঅ’ ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। বাইক সাধাৰণতে ল’ৰাবোৰৰ প্ৰিয়। কেতিয়াবা ছোৱালীকো বাইক চলোৱা দেখা যায়। কিন্তু বাইকত ল’ৰাবোৰৰ যি একচেতিয়া দখল সেয়া এতিয়া আৰু নাই! ল’ৰাই যদি পাৰে ছোৱালীয়ে কিয় নোৱাৰে।

সম্প্ৰতি যিটো ভিডিঅ’ ভাইৰেল হৈছে, তাত দেখা গৈছে এগৰাকী যুৱতীয়ে ৰাজপথত বাইক ষ্টাণ্ট কৰিছে। ভয়াৱহভাৱে বাইক ষ্টাণ্ট কৰা যুৱতীগৰাকীৰ এই ভিডিঅ’ ভাইৰেল ছচিয়েল মিডিয়াত।
Published by:Sanjay Kumar Das
First published: