কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলৰ (Central Govt Employees) বাবে এয়া এক ডাঙৰ ভাল খবৰ৷ কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলে দীৰ্ঘদিন ধৰি DA বৃদ্ধিৰ বাবে অপেক্ষা কৰি আছিল৷ কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলৰ (Central Govt Employees) বাবে এয়া এক ডাঙৰ ভাল খবৰ৷ কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলে দীৰ্ঘদিন ধৰি DA বৃদ্ধিৰ বাবে অপেক্ষা কৰি আছিল৷ কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলৰ (Central Govt Employees) বাবে এয়া এক ডাঙৰ ভাল খবৰ৷ কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলে দীৰ্ঘদিন ধৰি DA বৃদ্ধিৰ বাবে অপেক্ষা কৰি আছিল৷ বুধবাৰে চৰকাৰে তেওঁলোকৰ বাবে এটা ডাঙৰ ভাল খবৰ লৈ আহিছে৷
বুধবাৰে চৰকাৰে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলৰ DA বৃদ্ধিৰ কথা ঘোষণা কৰে৷ ইয়াৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলৰ DA ৩১ৰ পৰা ৩৪ শতাংশলৈ বৃদ্ধি কৰা হৈছে৷
Published by: Kokil Sarma
First published: March 30, 2022, 14:50 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|