உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • lifestyle
    • »
    • Narendra Modi: গ্ৰামাঞ্চলৰ মহিলাক মোদী চৰকাৰে দিব ৫ হাজাৰকৈ টকা, কিদৰে আগবাঢ়িলে লাভ কৰিব ধনৰাশি, জানি লওক সবিশেষ

    Narendra Modi: গ্ৰামাঞ্চলৰ মহিলাক মোদী চৰকাৰে দিব ৫ হাজাৰকৈ টকা, কিদৰে আগবাঢ়িলে লাভ কৰিব ধনৰাশি, জানি লওক সবিশেষ

    গ্ৰামাঞ্চলৰ মহিলাৰ বাবে মোদী চৰকাৰে আনিছে ভালখবৰ। অভাৰড্ৰাফ্ট ফেচিলিটীৰে গাঁৱৰ মহিলাৰ বাবে ৫ হাজাৰকৈ টকা আগবঢ়াব কেন্দ্ৰীয় চৰকাৰে।

    গ্ৰামাঞ্চলৰ মহিলাৰ বাবে মোদী চৰকাৰে আনিছে ভালখবৰ। অভাৰড্ৰাফ্ট ফেচিলিটীৰে গাঁৱৰ মহিলাৰ বাবে ৫ হাজাৰকৈ টকা আগবঢ়াব কেন্দ্ৰীয় চৰকাৰে।

    গ্ৰামাঞ্চলৰ মহিলাৰ বাবে মোদী চৰকাৰে আনিছে ভালখবৰ। অভাৰড্ৰাফ্ট ফেচিলিটীৰে গাঁৱৰ মহিলাৰ বাবে ৫ হাজাৰকৈ টকা আগবঢ়াব কেন্দ্ৰীয় চৰকাৰে।

    • Share this:
    গ্ৰামাঞ্চলৰ মহিলাৰ বাবে মোদী চৰকাৰে আনিছে ভালখবৰ। অভাৰড্ৰাফ্ট ফেচিলিটীৰে গাঁৱৰ মহিলাৰ বাবে ৫ হাজাৰকৈ টকা আগবঢ়াব কেন্দ্ৰীয় চৰকাৰে। এই টকা গাওঁৰ মহিলাসকলৰ বেংক একাউণ্টত জমা কৰা হব। ই হ'ল এক প্ৰকাৰৰ ঋণ। এই অভাৰ ড্ৰাফট সুবিধা কোনো বেংক বা নন বেংকিং ফাইনেন্সিয়েল কোম্পানীয়ে প্ৰদান কৰিব।

    কেন্দ্ৰীয় গ্ৰাম্য উন্নয়ন মন্ত্ৰণালয়ৰ সচিব নগেন্দ্ৰ নাথ সিংহাই অমৃত মহোৎসৱৰ লগত সংগতি ৰাখি আজাদী অভাৰ ড্ৰাফট ফেচিলিটী আজিৰ পৰা আৰম্ভ কৰিবলৈ আৰম্ভ কৰিবলৈ নিৰ্দেশনা জাৰি কৰিছে।

    এইসকল মহিলাই লাভ কৰিব ৫ হাজাৰকৈ টকাঃ

    ২০১৯-২০ বৰ্ষক কেন্দ্ৰীয় বাজেটত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে কোৱা মতে, কেন্দ্ৰীয় গ্ৰাম্য উন্নয়ন মন্ত্ৰণালয়ৰ দীনদয়াল অতুন্দয়া যোজনাৰ অধীনত ভেৰিফাইড আত্ম সহায়ক গোটৰ মহিলালৈ ৫ হাজাৰ টকাৰ অভাৰ ড্ৰাফটৰ সুবিধা আগবঢ়োৱা হ'ব। যাতে মহিলাসকলে জৰুৰীসময়ত ইয়াত উচিত ব্যৱহাৰ কৰিব পাৰে। তথ্য মতে, প্ৰায় ৫ কোটি মহিলা এই আঁচনিৰ বাবে যোগ্য বিবেচিত হৈছে।

    Read all News in Assamese, Assam News Today, Entertainment News in Assamese, Business News in Assamese, Sports News in Assamese, Health News in Assamese, India News in Assamese
    Published by:Himangshu Bhuyan
    First published: