BasicFirst স্মাৰ্ট লাৰ্ণিঙৰ সহায়ত কিদৰে প্ৰৱেশিকা পৰীক্ষাৰ বাবে চলাব প্ৰস্তুতি? জানি লওক সম্পূৰ্ণ প্ৰক্ৰিয়া

News18 Assam | News18-Assam
Updated:October 16, 2020, 11:17 PM IST
BasicFirst স্মাৰ্ট লাৰ্ণিঙৰ সহায়ত কিদৰে প্ৰৱেশিকা পৰীক্ষাৰ বাবে চলাব প্ৰস্তুতি? জানি লওক সম্পূৰ্ণ প্ৰক্ৰিয়া
যেতিয়া শিক্ষা আহৰণৰ কথা আহি পৰে, আপুনি কেইবাটাও কথা বিবেচনা কৰা উচিত।

যেতিয়া শিক্ষা আহৰণৰ কথা আহি পৰে, আপুনি কেইবাটাও কথা বিবেচনা কৰা উচিত।

  • Share this:
যেতিয়া শিক্ষা আহৰণৰ কথা আহি পৰে, আপুনি কেইবাটাও কথা বিবেচনা কৰা উচিত।আপোনাৰ সন্তানে কি কৰিব বিচাৰে সেই খিনি বুজাৰ উপৰিও, আপুনি তেওঁক লক্ষ্য প্ৰাপ্ত কৰাত কেনেকৈ ভালদৰে সহায় কৰিব পাৰিব, সেইটো জানিব লাগিব।ইয়াৰ অৰ্থ হৈছে সোনকালে প্ৰস্তুতি আৰম্ভ কৰি দিয়া যাতে তেওঁলোকে মনোযোগেৰে অধ্যয়ন কৰিব পাৰে আৰু যাতে কোনোধৰণৰ চাপৰ সমুখীন নহয়।

কাৰিকৰী ক্ষেত্ৰৰ বাবে প্ৰস্তুতি কৰিব খোজা শিক্ষাৰ্থীসকলে প্ৰথমে প্ৰৱেশিকা পৰীক্ষাত ঊত্তীৰ্ণ হ’ব লাগিব।তেওঁলোকে স্বতন্ত্ৰ ভাৱে কামবোৰ কাৰ্যকৰী কৰিবলৈ অনুশাসন, পৰিকল্পনা আৰু শিক্ষণৰ প্ৰয়োজন।

প্ৰতিযোগিতামূলক পৰীক্ষাৰ কথা যেতিয়া আহি পৰে, প্ৰস্তুতি সোনকালে আৰম্ভ কৰিব পৰা যায়।শিক্ষাৰ্থীজন ১২ বছৰ বা ষষ্ঠ শ্ৰেণীত প্ৰৱেশ কৰাৰে পৰাই আপোনাৰ সন্তানক দীৰ্ঘকালীন সময়ত প্ৰয়োজন হ’বলগীয়া বিষয়সমূহৰ মৌলিক ধাৰণাবোৰৰ ওপৰত শিক্ষা প্ৰদান কৰিবলৈ আৰম্ভ কৰিব পাৰি।



দক্ষতা-আধাৰিত প্লেটফৰ্ম BasicFirst-ৰ বিষয়ে জানেনে?

"এগৰাকী শিক্ষাৰ্থীৰ এগৰাকী প্ৰশিক্ষক" -প্ৰণালী আৰু দেশৰ শীৰ্ষৰ সন্মানীয় প্ৰতিষ্ঠানৰ পৰা অভিজ্ঞ প্ৰশিক্ষকৰ দল এটাৰ সহায়ত আপোনাৰ সন্তানে নিশ্চয়কৈ সফলতাৰ যাত্ৰাত সম্ভাৱনাৰ তুলিকাৰে অংকন কৰিব পাৰিব।শিক্ষাবৃত্তিত ৩৫ বছৰ পৰ্যন্ত অভিজ্ঞতাৰে সমৃদ্ধ আমাৰ শিক্ষকসকলে বিদ্যাৰ্থীৰ শক্তি আৰু দুৰ্বলতাৰ কথা বুজিলৈ সঠিক জ্ঞান আৰু দক্ষতা প্ৰয়োগৰ দ্বাৰা তেওঁলোকৰ আত্মবিশ্বাস গঢ়ি তোলে।

এই মহামাৰীৰ ফলত অনেক কাৰ্য থমকি ৰ’বলগীয়া হ’ল, কিন্তু ই-লাৰ্নিঙৰ জৰিয়তে, শিক্ষাগ্ৰহণ আৰু প্ৰদানৰ কাম থমকি ৰোৱাঅনুচিত।যিহেতু নিজৰ ঘৰৰ পৰাই এতিয়া শ্ৰেষ্ঠ শিক্ষাৰ ব্যৱস্থা উপলব্ধ, কোনো শিক্ষাৰ্থীয়েই পিছ পৰি থাকিব নালাগে।কাৰ্যকৰী লক্ষ্য মুখী প্ৰণালীয়ে বিভিন্ন প্ৰকাৰৰ শিক্ষাৰ্থী আৰু তেওঁলোকৰ শিক্ষণশৈলীৰ বাবে স্থান সৃষ্টি কৰে আৰু যিকোনো স্থানৰ পৰাই স্মাৰ্টফোন বা টেবলেটৰ দৰে উপকৰণৰ যোগেদি শিক্ষা আহৰণ কৰিব পাৰি।আনকি অধ্যয়নৰ ডাঙৰ অংশবোৰ পাছতো অফলাইনত ৰিভাইছ বা সম্পূৰ্ণ কৰিব পৰাৰ সুবিধা আছে।

BasicFirst-এ শিক্ষাৰ্থীক JEE (JEE Main + JEE Advanced), BITSAT, NEET, AIIMS, NTSE, KVPY, CBSE ক্লাছ 12 (বাণিজ্যশাখা), ৰাজ্যিক বৰ্ড ক্লাছ 10, ক্লাছ  6, ক্লাছ  7, ক্লাছ 8 আৰু ক্লাছ  9 আদিৰ দৰে পৰীক্ষাৰ বাবে যিকোনো বৰ্ডৰ ভিত্তিত প্ৰস্তুত কৰি তোলে।

অনলাইন ক্লাছ গ্ৰহণ কৰাৰ ফলত বহু শিক্ষাৰ্থী লাভান্বিত হৈছে যাৰ বাবে সুবিধাসমূহ হৈছে:

  • ইংৰাজীত ওৱান-অন-ওৱান কোচিং। (শীঘ্ৰেই হিন্দী শৃংখলা এটাও মুকলি কৰা হ’ব!)

  • শিক্ষাৰ্থীসকলৰ লক্ষ্যৰ সৈতে সংৰেখিত ব্যক্তিগত কোচিংসামগ্ৰী।

  • সীমাহীন সন্দেহ বা প্ৰশ্নৰ উত্তৰ

  • যিকোনো সময়তে শিক্ষক যোগাযোগ কৰাৰ সুবিধা।

  • শিক্ষাৰ্থীসকলক একেধৰণত শিক্ষাৰ্থীৰ শ্ৰেণীৰ অংশ হোৱাত সহায় কৰিবলৈ এক সক্ৰিয় পিয়াৰ-টু-পিয়াৰ আলোচনাচক্ৰ।


আপুনি আপোনাৰ পাঠ্যক্ৰমটো বাছনি কৰাৰ পিছত, BasicFirst ৰ বিশেষজ্ঞৰ দলটোৱে আপোনাক সৰ্বশ্ৰেষ্ঠ ফলাফল দিবলৈ একঅনুসূচী প্ৰস্তুত কৰে।দেশৰ সৰ্বশ্ৰেষ্ঠ সামগ্ৰীৰ ওপৰত আধাৰিত সমল আৰু পাঠ্যক্ৰমৰ সৈতে, Basic Firstৰ মনোনিৱেশ আৰু শিকাৰ ইণ্টাৰেক্টিভ মডেলসমূহে প্ৰতিজন শিক্ষাৰ্থীক অতিৰিক্ত মাইলৰ যাত্ৰাত আগুৱাই লৈ যায়।

এনেধৰণৰ অনেককাৰণৰ বাবে আপুনি যদি এক উৎকৃষ্ট শিক্ষাৰ বিষয়ে চিন্তা কৰিছে, তেন্তে আপুনি BasicFirst-ৰ কথা নিশ্চিত ভাৱে চিন্তা কৰা উচিত।

প্ৰাৰম্ভিকঅফাৰ!

কেৱল ₹1-ত পঞ্জীয়ণ কৰোৱাবৰ বাবেইয়াতক্লিককৰক। ছাবস্ক্ৰিপশ্যনৰ প্ৰাৰম্ভিক মূল্য ₹25,000, কিন্তু আপুনি নিশ্চিত 50% ৰেহাই, 0% EMI ৰ সুবিধাৰ সৈতে লাভ কৰিব পাৰে, আৰু লগতে পাব বিনামূলীয়া নিৰ্বাচিত সামগ্ৰী তথা এক অনলাইন অভ্যাস/ পৰীক্ষাৰ সমল।

BasicFirst Scholarship Testৰ বাবে আবেদনকৰক,আৰু আপুনি আপোনাৰ বাছনি কৰা গ্ৰাহকভুক্তিত 100%  পৰ্যন্ত ৰেহাই প্ৰাপ্ত কৰিব পাৰে আৰু শীৰ্ষ 100 জন শিক্ষাৰ্থীয়েও 10" Samsung টেবলেট এটা জিকাৰ সুযোগ লাভ কৰিব।সোনকাল কৰক, এয়া এক সীমিত সময়ৰ অফাৰ!
Published by: Himangshu Bhuyan
First published: October 16, 2020, 11:17 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading