BasicFirst-এ চুপাৰস্মাৰ্ট শিক্ষক আৰু বিশেষভাৱে প্ৰস্তুত পাঠ্যক্ৰমৰ দ্বাৰা অনলাইন শিক্ষণৰ মান উন্নত কৰিছে

- News18 Assam
- Last Updated: September 2, 2020, 10:05 AM IST
আপোনাৰ কাৰণে আগবঢ়োৱা হৈছে প্ৰৱণতা ভিত্তিক ব্যক্তিগতকৃত প্লেটফৰ্ম BasicFirst। ইয়াৰ জৰিয়তে শিশুসকলে এতিয়া আই.আই.টি আৰু আই.আই.এমৰ অভিজ্ঞ শিক্ষাবিদসকলক ৱান-অন-ৱান পদ্ধতিত শিক্ষক/ কোচ হিচাপে লাভ কৰি ঘৰৰ পৰাই সৰ্বোত্তম শিক্ষা লাভ কৰিব পাৰিব। ইয়াৰ কাৰ্যকৰী লক্ষ্য-ভিত্তিক পদ্ধতিয়ে বিভিন্নধৰণৰ ছাত্ৰ-ছাত্ৰী আৰু তেওঁলোকৰ শিক্ষণ পদ্ধতিৰ সৈতে খাপ খুৱাই সকলোকে সামৰি লয়।
এক ছুপাৰ-স্মাৰ্ট পাঠ্যক্ৰম লাভ কৰক।
প্ৰত্যেকটো লাৰ্ণিং মডিউলত কি অন্তভুক্ত কৰা হয়?
আই.আই.টি, মেডিকেল কলেজ, বি.আই.টি.এছ পিলানি, এ.আই.আই.এম.এছ দিল্লী-তুমি য’তেই যিয়েই কৰ্ছ নোলোৱা কিয়, এই ক্ষেত্ৰত এজনে নিৰ্দিষ্ট কোচ লাভ কৰিব পাৰিবা। এই প্ৰশিক্ষক কেৱল তোমাৰ বাবেই। সঠিক নিৰ্দেশিত পাঠ্যক্ৰমৰ সমলৰ সৈতে তুমি বিভিন্ন বিষয়ত যিমান খৰকৈ বা লাহেকৈ বিচাৰা, আগুৱাই যাব পাৰিবা।
ফিজিক্স, কেমিষ্ট্ৰী, মেথছ, বায়’লজী, ছায়েন্স, জিঅ’গ্ৰাফী আৰু কমাৰ্ছৰ বাবে বিনামূলীয়া ৱিকিয়ে তোমাক সুগভীৰ অধ্যয়নৰ বাবে যথেষ্ট সমল প্ৰদান কৰে। বিনামূলীয়া কিতাপৰ সমাধান, SWOT (Strengths, Weakness, Opportunities and Threats) Analysis আৰু 750+ Pre and Post Assessments, Mock ups and practise tests য়ে নিশ্চিত কৰে যে তুমি ফাইনেল টেষ্ট আৰু পৰীক্ষাৰ বাবে সম্পূৰ্ণ প্ৰস্তুত হ’ব পাৰিছা।
শিশুসকলে নিজৰ একাডেমিক কেলেণ্ডাৰ সাজু কৰিব পাৰে, অন্যহাতে শিক্ষকসকলে তেওঁলোকক কি আৰু কেনেকৈ পঢ়া উচিত সেইবিষয়ে দিকনিৰ্দেশ কৰিব পাৰে। মূল্যায়নৰ ভিত্তিত তেওঁলোকে পাঠ্যক্ৰমৰ সমল সলনি কৰি থাকে, লগতে SWOT বিশ্লেষণে নিশ্চিত কৰে যে প্ৰতিজন শিক্ষাৰ্থী সঠিক দিশে আগবাঢ়িছে।
আটাইতকৈ কঠিন বিষয়কো সৰু বিষয় বা টুকুৰালৈ পৰ্যবসিত কৰি BasicFirst-য়ে প্ৰতিগৰাকী শিশুৰ বাবে অৰ্থপূৰ্ণ পদ্ধতিৰে জটিল সমল বুজি পোৱাটো সহজতৰ কৰি তোলে।
বহনযোগ্যতা বা পৰ্টেবিলিটিৰ ক্ষেত্ৰতো BasicFirst আনতকৈ আগৰণুৱা। টেব বা ফোনত আপোনাৰ নিকটৱৰ্তী BasicFirst বিতৰণ কেন্দ্ৰত আপডেটেড 2D আৰু 3D সমল আৰু মোবাইল এপত অফলাইন ম’ডৰ সৈতে আপুনি যিকোনো স্থানৰ পৰাই ভাৰ্ছুৱেলী নিজকে প্ৰস্তুত কৰিব পাৰিব। শ্ৰেণীকোঠাৰ দৰেই সৰ্বোত্তম শিক্ষাৰ সহায়ত প্ৰতিজন শিক্ষাৰ্থীয়ে এক সমৃদ্ধ পিয়েৰ-টু-পিয়েৰ আলোচনাও কৰিব পাৰে।
যিসকলে আগুৱাই যাব খোজে, তেওঁলোকৰ বাবে এয়া এক উত্তম স্থান আৰু পৰিৱেশ। ভাৰ্ছুৱেল শিক্ষাৰ শীৰ্ষস্থানসমূহৰ এক অনন্য নাম BasicFirstয়ে সাধাৰণ পৰম্পৰাগত স্কুলিং প্ৰক্ৰিয়াক এক প্ৰকৃত শিক্ষাৰ্থী-কেন্দ্ৰিক অভিজ্ঞতালৈ ৰূপান্তৰ কৰিব পাৰে। প্ৰতিগৰাকী ছাত্ৰ-ছাত্ৰীয়ে নিজৰ সম্পূৰ্ণ সম্ভাৱনাৰ কথা বুজি লৈ সৰ্বোত্তম প্ৰদৰ্শন কৰাটো ই সম্ভৱপৰ কৰি তোলে। এই অনিশ্চয়তাৰ সময়ত এইয়া এক স্পষ্ট, প্ৰমাণিত পথ যিটো অতি উন্নতভাৱে নিৰ্মাণ কৰা হৈছে। আপুনি কেৱল যোগাযোগ কৰি অধিক তথ্য লৈ পঞ্জীয়ন কৰিব লাগে।
তোমাৰ/ আপোনাৰ সঠিক পাঠ্যক্ৰমৰ বিষয়ে অধিক জানিবলৈ ইয়াত ক্লিক কৰক।
(এইটো এক পাৰ্টনাৰড পোষ্ট)