• Home
  • »
  • News
  • »
  • lifestyle
  • »
  • এই বেংকত আছে নেকি আপোনাৰ একাউণ্ট? এতিয়া WhatsAppতে কৰিব পাৰিব বেংকৰ সকলো কাম

এই বেংকত আছে নেকি আপোনাৰ একাউণ্ট? এতিয়া WhatsAppতে কৰিব পাৰিব বেংকৰ সকলো কাম

আপোনাৰ ফোনত 8433 888 777 নম্বৰটো ছেভ কৰি WhatsAppত কৰিব পাৰিব বেংকিং।

আপোনাৰ ফোনত 8433 888 777 নম্বৰটো ছেভ কৰি WhatsAppত কৰিব পাৰিব বেংকিং।

আপোনাৰ ফোনত 8433 888 777 নম্বৰটো ছেভ কৰি WhatsAppত কৰিব পাৰিব বেংকিং।

  • Share this:
গ্ৰাহকৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি এইবাৰ বেংক অব বৰোদাই WhatsAppত আৰম্ভ কৰিছে বেংকিং সেৱা। ইয়াৰ জৰিয়তে এতিয়া ঘৰতে বহি সকলো কাম কৰিব পাৰিব। আপোনাৰ একাউণ্টৰ বেলেঞ্চ, ষ্টেটাছ জানিব পাৰিব ঘৰতে বহি। বেংকৰ ফালৰ পৰা বিজ্ঞপ্তি জাৰি কৰি এই বিষয়ে জনোৱা হৈছে। আপোনাৰ ফোনত 8433 888 777 নম্বৰটো ছেভ কৰি WhatsAppত কৰিব পাৰিব বেংকিং।

এই সেৱা লাভ কৰিবলৈ বেংকৰ WhatsApp বিজনেছ একাউণ্ট নম্বৰ 8433 888 777 আপোনাৰ ফোনত ছেভ কৰক। হোৱাট্ছএপ প্লেটফৰ্ম ব্যৱহাৰৰ বাবে এই নম্বৰত "Hi" লিখি প্ৰেৰণ কৰক। এই নম্বৰত বেংকিং সেৱা ২৪x৭ লাভ কৰিব।

হোৱাট্ছএপৰ জৰিয়তে গ্ৰাহকে সহজে মিনি ষ্টেটমেণ্ট, চেক ষ্টেটাছ, চেক বুক ৰিকুৱেষ্ট পঠিয়াব পাৰিব। লগতে এই প্লেটফৰ্মৰ জৰিয়তে আপোনাৰ এটিএম কাৰ্ড ব্লক কৰিবও পাৰিব।



Published by:Sanjay Kumar Das
First published: