
Bajrang Puniya Wins Bronze : অলিম্পিকত ব্ৰঞ্জৰ পদক জয় কৰিলে বজৰং পুনিয়াই, ভাৰতৰ পদকৰ সংখ্যা বৃদ্ধি ৬টালৈ।
Bajrang Puniya Wins Bronze : অলিম্পিকত ব্ৰঞ্জৰ পদক জয় কৰিলে বজৰং পুনিয়াই, ভাৰতৰ পদকৰ সংখ্যা বৃদ্ধি ৬টালৈ।
টকিঅ' অলিম্পিকত মল্ল যুদ্ধত ব্ৰঞ্জৰ পদক জয় কৰিলে বজৰং পুনিয়াই, ভাৰতৰ পদকৰ সংখ্যা বৃদ্ধি ৬টালৈ।
৬৫ কেজি শাখাত কাজাখাস্তানৰ দউলেত নিয়াঝবেকভক ৮-০ পইণ্টৰ ব্যৱধানত পৰাস্ত কৰে বজৰং পুনিয়াই।
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|