உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • lifestyle
    • »
    • Astrology: জ্যোতিষশাস্ত্ৰৰ মতে সংগীৰ কাৰণে সৌভাগ্য কঢ়িয়াই আনে এই ৪ৰাশিৰ জাতিকাই, বিয়াৰ পিছত হয় স্বামীৰ ভাগ্যৰ দুৱাৰ মুকলি

    Astrology: জ্যোতিষশাস্ত্ৰৰ মতে সংগীৰ কাৰণে সৌভাগ্য কঢ়িয়াই আনে এই ৪ৰাশিৰ জাতিকাই, বিয়াৰ পিছত হয় স্বামীৰ ভাগ্যৰ দুৱাৰ মুকলি

    জ্যোতিষশাস্ত্ৰৰ মতে এই চাৰিটা ৰাশিৰ জাতিকা নিজৰ সংগীৰ কাৰণে অতি সৌভাগ্যশালী।

    জ্যোতিষশাস্ত্ৰৰ মতে এই চাৰিটা ৰাশিৰ জাতিকা নিজৰ সংগীৰ কাৰণে অতি সৌভাগ্যশালী।

    জ্যোতিষশাস্ত্ৰৰ মতে এই চাৰিটা ৰাশিৰ জাতিকা নিজৰ সংগীৰ কাৰণে অতি সৌভাগ্যশালী।

    • Share this:
    জ্যোতিষশাস্ত্ৰৰ বিশ্বাস মতে এই চাৰিটা ৰাশিৰ জাতিকা নিজৰ জীৱন সংগীৰ কাৰণে অতি ভাগ্যশালী বিবেচিত হয়। এই চাৰিটা ৰাশিৰ পাত্ৰীয়ে বিয়াৰ পিছত নিজৰ জীৱন সংগীৰ ভাগ্যৰ দুৱাৰ মুকলি কৰাত সহায় কৰে। জানক সেই ৰাশিকেইটা কি কি-

    কৰ্কট ৰাশি: কৰ্কট ৰাশিৰ জাতিকাই নিজৰ সম্পৰ্কত সদায় স্থিৰতা আনিবলৈ বিচাৰে। এই ৰাশিৰ জাতিকাই সহজে এটা সম্পৰ্ক ভাঙিবলৈ নিদিয়ে।

    কুম্ভ ৰাশি: এই ৰাশিৰ জাতিকা অতি সাহসী, সৎ, আত্মবিশ্বাসী আৰু মজবুত হয়। এওঁলোকে কঠিনৰ পৰা কঠিন পৰিস্থিতিতো শংকিত নহয়। এওঁলোকে নিজৰ সংগীক যথেষ্ট মৰম কৰে। এই ৰাশিৰ পাত্ৰীয়ে যাৰ লগতেই বিয়াত বহে তেওঁলোকৰ ভাগ্যৰ দুৱাৰ মুকলি হয়।

    তুলা ৰাশি: এই ৰাশিৰ পাত্ৰী অতি বুদ্ধিমতী আৰু সংবেদনশীল হয়। এওঁলোকে বিয়াৰ পিছত নিজৰ জীৱনসংগীক প্ৰতিটো পৰিস্থিতিতে সংগ দিয়ে। স্বামীগৃহত সকলোৰে মন জয় কৰাত এওঁলোক পাৰ্গত। সম্পৰ্কৰ ভাৰসাম্য বৰ্তাই ৰখা এওঁলোকে ভালকৈয়ে জানে। এই ৰাশিৰ জাতিকা নিজৰ পাৰ্টনাৰৰ প্ৰতি যথেষ্ট সত্‍ হয়।

    মীন ৰাশি: এই ৰাশিৰ জাতিকাই নিজৰ সংগীৰ যথেষ্ট তদাৰক কৰে। মীন ৰাশিৰ জাতিকা পত্নী হিচাপে অতি ভাল প্ৰমাণিত হয়। এওঁলোকৰ কেয়াৰিং স্বভাৱে সকলোৰে মন জয় কৰে।
    First published: