মুখ্যপৃষ্ঠা »খবৰ »জীৱন শৈলী »Astrological Prediction: এই কেইটা ৰাশিৰ জাতক-জাতিকাই ডিচেম্বৰ মাহত এনে কাম ভুলতো নকৰিব...

Astrological Prediction: এই কেইটা ৰাশিৰ জাতক-জাতিকাই ডিচেম্বৰ মাহত এনে কাম ভুলতো নকৰিব...

আজিৰ দিনটো আপোনাৰ কিদৰে পাৰ হ'বঃ

আজিৰ দিনটো আপোনাৰ কিদৰে পাৰ হ'বঃ

আজিৰ দিনটো আপোনাৰ কিদৰে পাৰ হ'বঃ

  • Share this:
ভাৰতবৰ্ষত ৰাশিফল গণনা কৰা হয় চন্দ্ৰৰ অৱস্থানৰ ওপৰত ভিত্তি কৰি। কিন্তু ইংৰাজীৰ মতে, এই ক্ষেত্ৰত প্ৰাধান্য দিয়া হয় সূৰ্যক। গতিকে ইংৰাজীত ৰাশিফলক কোৱা হয় চান চাইন। এই ক্ষেত্ৰত জন্মদিন অনুসৰি বুজা যায়, এজন ব্যক্তি কোন ৰাশিৰ জাতক-জাতিকা।

মেঘঃ মেঘ ৰাশিৰ জাতক-জাতিকাই পৰিস্থিতি অনুসৰি সঠিক সিদ্ধান্ত লওক। কোনো ডাঙৰ সিদ্ধান্ত নোলোৱাই ভাল।

বৃষঃ বৃষ ৰাশিৰ জাতক-জাতিকাই নিজৰ স্বাস্থ্যকলৈ অধিক সজাগ হওক।

মিথুনঃ মূল মন্ত্ৰ হ'ব আত্মবিশ্বাস। কোনো সমালোচনাক কাণ নিদি আগবাঢ়ি যাওক। সমাধান নিজে লাভ কৰিব।

কৰ্কটঃ কৰ্মক্ষেত্ৰত অচিন শত্ৰুক চিনি লওক। ভৱিষ্যত জীৱনৰ বাবে পৰিকল্পনা কৰাৰ এয়াই উত্তম সময়।

সিংহঃ স্বাস্থ্যৰ যতন লওক। সম্পত্তি লাভৰ যুগ।

কন্যাঃ দীৰ্ঘদিনীয়া সমস্যাৰ পৰা মুক্ত হোৱাৰ দিশে গতি কৰিব। প্ৰত্যাশা অনুসৰি কৰ্মত আগবাঢ়ক।

তুলাঃ মাতৃৰ স্বাস্থ্যকলৈ চিন্তা। ব্যৱসায়ত শুভ। নতুন কামত হাত দিলে সুফল লাভ কৰিব।

বৃশ্চিকঃ ঘৰলৈ নতুন সম্পত্তি অহাৰ যুগ। পত্নীৰ সৈতে সৰু কথাতে মনোমালিন্য হোৱাৰ সম্ভাৱনা।

ধনুঃ বিশেষকৈ সৃজনীশীল ব্যক্তিৰ বাবে আজিৰ দিনটো শুভ।

মকৰঃ আৰম্ভণিতে কিছু সমস্যা আহিলেও পৰিস্থিতি অনুসৰি সমাধান লাভ কৰিব।

কুম্ভঃ পঢ়া-শুনাত ভালফল লাভ।

মীনঃ কৰ্মক্ষেত্ৰত পদোন্নতি লাভৰ যুগ। পাৰিবাৰিক দিশত সাৱধান হওক।

Read all News in Assamese, Assam News Today, Entertainment News in Assamese, Business News in Assamese, Sports News in Assamese, Health News in Assamese, India News in Assamese

শেহতীয়া বাতৰি