உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • lifestyle
    • »
    • Rajasthan Royalsৰ পোছাক কিয় পৰিধান ক'লে জুবিন-গৰিমাই ? জুবিনে কি ক'লে অসমৰ সন্তান ৰিয়ান পৰাগৰ কথা ?

    Rajasthan Royalsৰ পোছাক কিয় পৰিধান ক'লে জুবিন-গৰিমাই ? জুবিনে কি ক'লে অসমৰ সন্তান ৰিয়ান পৰাগৰ কথা ?

    অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গে (Zubeen Garg) পিন্ধিলে ৰাজস্থান ৰয়েলছৰ (Rajasthan Royals) জাৰ্ছী। জাৰ্ছী পিন্ধি জুবিনে ক'লে মই এইবাৰ ছিজনত ৰাজস্থানক সমৰ্থন কৰিছো। লগতে ৰাজস্থান ৰয়েলছৰ হৈ চলিত IPLত খেলা ৰিয়ান পৰাগক শুভেচ্ছা জনাই জনপ্ৰিয় কণ্ঠশিল্পীগৰাকীয়ে। 

    • Share this:
    অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গে (Zubeen Garg) পিন্ধিলে ৰাজস্থান ৰয়েলছৰ (Rajasthan Royals) জাৰ্ছী। জাৰ্ছী পিন্ধি জুবিনে ক'লে মই এইবাৰ IPLৰ চলিত ছিজনত ৰাজস্থানক সমৰ্থন কৰিছো। লগতে ৰাজস্থান ৰয়েলছৰ হৈ চলিত IPLত খেলা অসম সন্তান ৰিয়ান পৰাগক শুভেচ্ছা জনাই জনপ্ৰিয় কণ্ঠশিল্পীগৰাকীয়ে।

    View this post on Instagram

    A post shared by Zubeen Garg (@zubeen.garg)

    জুবিনৰ লগতে পত্নী গৰিমা শইকীয়া গাৰ্গেও ৰিয়ান পৰাগক জনালে শুভেচ্ছা।

    উল্লেখ্য যে দেওবাৰৰ পৰা IPLৰ চলিত ছিজনৰ বাকী থকা খেলসমূহ পুনৰ আৰম্ভ হৈছে।
    Published by:Kokil Sarma
    First published: