• Home
  • »
  • News
  • »
  • lifestyle
  • »
  • প্ৰশিক্ষক অজয় ৰাট্ৰাৰ সৈতে সংঘাত! অসম ৰঞ্জী দলৰ পৰা পদত্যাগ কৰিলে মেনেজাৰ ৰাজেশ বৰাই

প্ৰশিক্ষক অজয় ৰাট্ৰাৰ সৈতে সংঘাত! অসম ৰঞ্জী দলৰ পৰা পদত্যাগ কৰিলে মেনেজাৰ ৰাজেশ বৰাই

ৰঞ্জী ট্ৰফীলৈ মাজত মাত্ৰ দুদিন থকা অৱস্থাত অসম দলটোলৈ আহিল অন্য এক বিপৰ্যয়

ৰঞ্জী ট্ৰফীলৈ মাজত মাত্ৰ দুদিন থকা অৱস্থাত অসম দলটোলৈ আহিল অন্য এক বিপৰ্যয়

ৰঞ্জী ট্ৰফীলৈ মাজত মাত্ৰ দুদিন থকা অৱস্থাত অসম দলটোলৈ আহিল অন্য এক বিপৰ্যয়

  • Share this:
ৰঞ্জী ট্ৰফীলৈ মাজত মাত্ৰ দুদিন থকা অৱস্থাত অসম দলটোলৈ আহিল অন্য এক বিপৰ্যয়। অসম ৰঞ্জী দলৰ প্ৰশিক্ষক অজয় ৰাট্ৰাৰ সৈতে সংঘাত হোৱাৰ আশংকাত অসম দলৰ মেনেজাৰ পদৰ পৰা শুকুৰবাৰে পদত্যাগ কৰিলে ৰাজেশ বৰাই। বিচিচিআইৰ বিজয় হাজাৰে এদিনীয়া আৰু মুষ্টাক আলি টি-২০ত অসম দলৰ শোচনীয় প্ৰদৰ্শনৰ পিছতেই প্ৰশিক্ষক অজয় ৰাট্ৰাৰ সৈতে ব্যৱধান বৃদ্ধি পাইছিল ৰাজেশ বৰাৰ। অসমৰ ছিনিয়ৰ ৰঞ্জী ট্ৰফী মেনেজাৰৰ পদৰ পৰা ৰাজেশ বৰাৰ পদত্যাগে দলটোক ক্ষতিকৰাৰ সম্ভৱনা আছে। উল্লেখযোগ্য যে ৯ ডিচেম্বৰৰ পৰা বর্ষাপৰাত চাৰ্ভিছেজৰ বিৰুদ্ধে খেলিব অসমে।
First published: