২০২০ চনৰ চৰকাৰী বন্ধৰ তালিকা প্ৰকাশ

News18 Assam | News18-Assam
Updated:January 1, 2020, 5:28 PM IST
২০২০ চনৰ চৰকাৰী বন্ধৰ তালিকা প্ৰকাশ
২০২০ চনৰ বাবে ৰাজ্য চৰকাৰে ঘোষণা কৰিলে চৰকাৰী বন্ধৰ তালিকা। সেই অনুসৰি ৩৫ দিন চৰকাৰী বন্ধ আৰু ৩১ দিন সীমিত বন্ধ ঘোষণা কৰা হৈছে

২০২০ চনৰ বাবে ৰাজ্য চৰকাৰে ঘোষণা কৰিলে চৰকাৰী বন্ধৰ তালিকা। সেই অনুসৰি ৩৫ দিন চৰকাৰী বন্ধ আৰু ৩১ দিন সীমিত বন্ধ ঘোষণা কৰা হৈছে

  • Share this:
২০২০ চনৰ বাবে ৰাজ্য চৰকাৰে ঘোষণা কৰিলে চৰকাৰী বন্ধৰ তালিকা। সেই অনুসৰি ৩৫ দিন চৰকাৰী বন্ধ আৰু ৩১ দিন সীমিত বন্ধ ঘোষণা কৰা হৈছে। ৩৫ দিন ঘোষিত বন্ধৰ ভিতৰত ৬ দিন দেওবাৰ, দ্বিতীয় আৰু চতুৰ্থ শনিবাৰ পৰিছে।



২০২০ চনৰ চৰকাৰী বন্ধৰ তালিকা


তাৰিখ উপলক্ষ
১৫, ১৬ জানুৱাৰী মাঘ বিহু আৰু টুছু পূজা
২৩ জানুৱাৰী নেতাজীৰ জন্মদিৱস
২৬ জানুৱাৰী গণৰাজ্য দিৱস
২৮ জানুৱাৰী বাথৌ পূজা
৩১ জানুৱাৰী মে–দাম–মে–ফি
৯ ফেব্ৰুৱাৰী বীৰ চিলাৰায় দিৱস
৯ মাৰ্চ দৌলযাত্ৰা
১০ এপ্ৰিল গুড ফ্ৰাইডে
১৩, ১৪, ১৫ এপ্ৰিল ব’হাগ বিহু
২৩ এপ্ৰিল দামোদৰ দেৱৰ তিথি
১ মে’ মে’ দিৱস
৭ মে’ বুদ্ধ পূৰ্ণিমা
২৫ মে’ ঈদ–উল–ফিতৰ
৬ জুন শ্ৰীশ্ৰী মাধৱদেৱৰ জন্মোৎসৱ
১ আগষ্ট ঈদ–উজ–জোহা
১৫ আগষ্ট স্বাধীনতা দিৱস
২০ আগষ্ট শ্ৰীমন্ত শংকৰদেৱৰ তিথি
৭ ছেপ্টেম্বৰ শ্ৰীশ্ৰী মাধৱদেৱৰ তিথি
৯ ছেপ্টেম্বৰ জন্মাষ্টমী
২৬ ছেপ্টেম্বৰ শ্ৰীশ্ৰী শংকৰদেৱৰ জন্মোৎসৱ
২ অক্টোবৰ গান্ধী জয়ন্তী
১৭ অক্টোবৰ কাতি বিহু
২৩, ২৪, ২৫, ২৬ অক্টোবৰ দুৰ্গা পূজা আৰু বিজয়া দশমী
১৪ নৱেম্বৰ কালী পূজা আৰু দীপাৱলী
২০ নৱেম্বৰ ষট পূজা
২৪ নৱেম্বৰ লাচিত দিৱস
৩০ নৱেম্বৰ গুৰু নানকৰ জন্মদিৱস
২ ডিচেম্বৰ অসম দিৱস
২৫ ডিচেম্বৰ বৰদিন

আৰু চাওক
পৰৱৰ্তী বাতৰি