দৰা–কইনা দুয়ো হ’ব লাগিব মেট্ৰিক পাছ, অন্যথা নাপাব চৰকাৰী সোণ
News18-Assam Updated:November 20, 2019, 2:34 PM IST

অসম চৰকাৰৰ অভিলাসী আঁচনি অৰুন্ধতী কেবিনেটত গৃহিত হোৱাৰ পিছত মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ সংবাদমেল
অসম চৰকাৰৰ অভিলাসী আঁচনি অৰুন্ধতী কেবিনেটত গৃহিত হোৱাৰ পিছত মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ সংবাদমেল
- News18 Assam
- Last Updated: November 20, 2019, 2:34 PM IST
২০২০ চনৰ ১ জানুৱাৰীৰ পৰা বলবৎ হ’ব চৰকাৰৰ এই অভিলাসী আঁচনিখন। আচঁনিখনৰ অংশীদাৰ হ’বলৈ স্পেছিয়েল মেৰেজ এক্ট, ১৯৫৪ৰ অধীনত বিবাহ পঞ্জীয়ন কৰাব লাগিব। চক্ৰ বিষয়াৰ কাৰ্য্যলয়তো বিবাহ পঞ্জীয়নৰ ব্যৱস্থা থাকিব। ডিচেম্বৰত সামাজিক ভাবে বিয়া পাতিলেও ২০২০ চনত পঞ্জীয়নৰ সুবিধা লব পাৰিব। লগতে হিতাধিকাৰীৰ অভিভাৱক অথবা নিজে বছৰে ৫ লাখ তলত উপৰ্জন কৰিলেহে এই আচনিৰ সুবিধা পাব।