‘মিছ ইণ্ডিয়া’ৰ দৌৰত অসম কন্যা লক্ষ্মী মৰাং, কাজিৰঙাত কি কৰিছে লক্ষ্মীয়ে?

News18 Assam | News18-Assam
Updated:January 29, 2020, 9:57 AM IST
‘মিছ ইণ্ডিয়া’ৰ দৌৰত অসম কন্যা লক্ষ্মী মৰাং, কাজিৰঙাত কি কৰিছে লক্ষ্মীয়ে?
সৰস্বতী পূজাৰ দিনা কাজিৰঙা জাতীয় অৰ্কিড উদ্যানত ব্যস্ত মিছ ইণ্ডিয়া প্ৰতিযোগিতাৰ ৪ৰ্থ স্থানত উপনীত হ’বলৈ সক্ষম হোৱা লক্ষ্মী মৰাং৷

সৰস্বতী পূজাৰ দিনা কাজিৰঙা জাতীয় অৰ্কিড উদ্যানত ব্যস্ত মিছ ইণ্ডিয়া প্ৰতিযোগিতাৰ ৪ৰ্থ স্থানত উপনীত হ’বলৈ সক্ষম হোৱা লক্ষ্মী মৰাং৷

  • Share this:
মিছ ইণ্ডিয়াৰ দৌৰত অসম জীয়ৰী। সৰস্বতী পূজাৰ দিনা কাজিৰঙা জাতীয় অৰ্কিড উদ্যানত ব্যস্ত মিছ ইণ্ডিয়া প্ৰতিযোগিতাৰ ৪ৰ্থ স্থানত উপনীত হ’বলৈ সক্ষম হোৱা লক্ষ্মী মৰাং৷ অসমবাসীৰ বাবে আশাৰ সঞ্চাৰ কৰি ইতিমধ্যে ২য় ৰাউণ্ডত ভৰি দিয়া গোলাঘাটৰ ৰঙাজান নিবাসী লক্ষ্মীয়ে সৰস্বতী পূজাৰ দিনা ব্যস্ত হৈ পৰিল ২য় ৰাউণ্ডৰ বাবে প্ৰয়োজনীয় State Culture Representৰ ফটোগ্ৰাফী প্ৰস্তুত কৰাত৷ এই ফ’টোগ্ৰাফ শ্বেয়াৰ কৰাৰ ওপৰত নিৰ্ভৰ কৰিব লক্ষ্মীৰ পৰৱৰ্তী মূল্যায়ন৷ সকলোৰে সহায় সহযোগ কামনা কৰিছে লক্ষ্মীয়ে৷
আৰু চাওক
পৰৱৰ্তী বাতৰি