• Home
  • »
  • News
  • »
  • lifestyle
  • »
  • All-rounder Chief Minister: ৰাজনীতিয়েই নহয় ক্ৰিকেটতো আছিল অলৰাউণ্ডাৰ, শৈশৱৰ পৰাই ক্ৰিকেটৰ সৈতে আছিল হিমন্ত বিশ্ব শৰ্মাৰ মধুৰ সম্পৰ্ক...

All-rounder Chief Minister: ৰাজনীতিয়েই নহয় ক্ৰিকেটতো আছিল অলৰাউণ্ডাৰ, শৈশৱৰ পৰাই ক্ৰিকেটৰ সৈতে আছিল হিমন্ত বিশ্ব শৰ্মাৰ মধুৰ সম্পৰ্ক...

হিমন্ত বিশ্ব শৰ্মাই শৈশৱৰ বেছি ভাগ সময়ে নেহৰু ষ্টেডিয়ামতে কটাইছিল।শৰ্মাই ৮৬-৮৮ চনতে গুৱাহাটী ক্ৰীড়া সন্থাৰ অধীনৰ নৱৰং ক্লাৱ আৰু গান্ধীবস্তি, উলুবাৰী, গুৱাহাটী ক্লাৱৰ খেলুৱৈসকলৰ সৈতে খেলিছিল।

  • Share this:
বিজেপি মিত্ৰজোটৰ চৰকাৰৰ মুখ্যমন্ত্ৰী হল ড: হিমন্ত বিশ্ব শৰ্মা। এই হিমন্ত বিশ্ব শৰ্মাৰ সৰুৰে পৰা সম্পৰ্ক আছিল ক্ৰিকেটৰ সৈতে।  মহানগৰীৰ গান্ধীবস্তিত ডাঙৰ দীঘল হোৱা আৰু কামৰূপ একাডেমিত পঢ়া হিমন্ত বিশ্ব শৰ্মাই শৈশৱৰ বেছি ভাগ সময়ে নেহৰু ষ্টেডিয়ামতে কটাইছিল।

সমনীয়া তথা জ্যেষ্ঠজনৰ সৈতে ক্ৰিকেট খেলি শৈশৱৰ সময় অতিবাহিত কৰা হিমন্ত বিশ্ব শৰ্মা আছিল এগৰাকী অলৰাউণ্ডাৰ। চেমনীয়া হিমন্ত বিশ্ব শৰ্মাই ৮৬-৮৮ চনতে গুৱাহাটী ক্ৰীড়া সন্থাৰ অধীনৰ নৱৰং ক্লাৱ আৰু গান্ধীবস্তি, উলুবাৰী, গুৱাহাটী ক্লাৱৰ খেলুৱৈ সকলৰ সৈতে খেলিছিল। উল্লেখযোগ্য যে হিমন্ত বিশ্ব শৰ্মাৰ ভাতৃ সুশান্ত বিশ্ব শৰ্মাও এগৰাকী দক্ষ ক্ৰিকেটাৰ। সুশান্তই অসম দলৰহৈ ৰঞ্জী ট্ৰফীত অংশগ্ৰহণ কৰিছে। তৰুণ গগৈ মন্ত্ৰী হৈ থকাৰ সময়ত অসম ক্ৰিকেট সন্থাৰ উপ সভাপতি হোৱা হিমন্ত বিশ্ব শৰ্মাই পিছলৈ ২০১৬ চনত অসম ক্ৰিকেট সন্থাৰ সভাপতি দায়িত্ব লাভ কৰিছিল। অৱশ্যে উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশৰ বাবে পিছলৈ সভাপতি পদৰ পৰা পদত্যাগ কৰিছিল হিমন্ত বিশ্ব শৰ্মাই।
Published by:Kokil Sarma
First published: