• Home
  • »
  • News
  • »
  • lifestyle
  • »
  • দেশৰ ভিতৰতে ধনী চেলিব্ৰিটী দম্পত্তি বিৰুষ্কা! দুয়োৰে সন্মিলিত সম্পত্তিৰ পৰিমাণ পৰ্বতসম

দেশৰ ভিতৰতে ধনী চেলিব্ৰিটী দম্পত্তি বিৰুষ্কা! দুয়োৰে সন্মিলিত সম্পত্তিৰ পৰিমাণ পৰ্বতসম

অতি শীঘ্ৰেই পিতৃ–মাতৃ হ’ব ক্ৰিকেটাৰ বিৰাট কোহলী আৰু অভিনেত্ৰী অনুষ্কা শৰ্মা। দুয়োৰে সম্পত্তিৰ হিচাপ ইয়াৰ মাজতে চৰ্চিত হৈছে।

  • Share this:
মুম্বাইঃ বিৰাট কোহলী বৰ্তমান ক্ৰিকেট জগতৰ অন্যতম শিখৰত থকা ব্যক্তি। আনহাতে তেওঁৰ স্ত্ৰী অনুষ্কা শৰ্মা যি বলিউডৰ ব্যস্ত অভিনেত্ৰী। দুয়োজনেই বৰ্তমান খ্যাতিৰ শিখৰত। দুই তাৰকাৰ প্ৰেম বিবাহ। চাৰিবছৰৰ সম্পৰ্কৰ পিছত ২০১৭চনত বিবাহপাশত আৱদ্ধ হৈছিল দুয়ো। দুয়ো মিলি ক্ৰিকেট তথা বিনোদন জগতলৈ যথেষ্ট অৱদান আগবঢ়াইছে। অতি শীঘ্ৰেই দুয়োৰে সংসাৰলৈ আহিব কণমানি সদস্য। সন্তান জন্ম দিব অনুষ্কাই। এনে সময়তে সন্মুখলৈ আহিছে দুয়োৰে সম্পত্তিৰ হিচাপ। এই হিচাপ জানিলে চকু কপালত উঠিব আপোনাৰ। এটা শ্বেম্পুৰ বিজ্ঞাপনত প্ৰথম সাক্ষাৎ হয় দুয়োৰে। তাৰ পিছতে বন্ধুত্ব আৰু প্ৰেম। ইয়াৰ লগতে অনুষ্কাক বিভিন্ন সময়ত ককৰ্থনাও কৰা হৈছে বিৰাটৰ বেয়া প্ৰদৰ্শনৰ সময়ত। কিন্তু এইবোৰ গুৰুত্ব নিদিয়াকৈ দুয়ো নিজৰ সংসাৰ আগুৱাই লৈ গ’ল।

দুয়োৰ সন্মিলিত সম্পত্তিৰ পৰিমাণ প্ৰায় ১২০০ কোটি টকা। যি অতি চমকলগা। বিৰুষ্কাৰ এই সম্পত্তি দুয়োৰে কষ্টোপাৰ্জিত। দক্ষতাৰ বলত কৰিছে এই অৰ্থ উপাৰ্জন।
First published: