বিৰাট কোহলী আৰু অনুষ্কাৰ ঘৰলৈ আহিল নতুন আলহী, দেওবাৰে এটি কন্যা সন্তান জন্ম দিলে অনুষ্কা শৰ্মাই

News18 Assam | News18-Assam
Updated:January 11, 2021, 4:37 PM IST
বিৰাট কোহলী আৰু অনুষ্কাৰ ঘৰলৈ আহিল নতুন আলহী, দেওবাৰে এটি কন্যা সন্তান জন্ম দিলে অনুষ্কা শৰ্মাই
২০২০ৰ আগষ্ট মাহত অনুষ্কা মাতৃ হ’বলৈ ওলোৱাৰ খবৰ জনাইছিল বিৰাট কোহলীয়ে

২০২০ৰ আগষ্ট মাহত অনুষ্কা মাতৃ হ’বলৈ ওলোৱাৰ খবৰ জনাইছিল বিৰাট কোহলীয়ে

  • Share this:
দেওবাৰে মাতৃত্বৰ গৌৰৱ অৰ্জন কৰিলে জনপ্ৰিয় অভিনেত্ৰী অনুষ্কা শৰ্মাই। ভাৰতীয় ক্ৰিকেট দলৰ অধিনায়ক বিৰাট কোহলী আৰু অভিনেত্ৰী অনুষ্কা শৰ্মাৰ ঘৰলৈ আহিল নতুন আলহী। এই খবৰ ছচিয়েল মিডিয়া যোগে শ্বেয়াৰ কৰে বিৰাট কোহলীয়ে।








View this post on Instagram






A post shared by Virat Kohli (@virat.kohli)






২০২০ৰ আগষ্ট মাহত অনুষ্কা মাতৃ হ’বলৈ ওলোৱাৰ খবৰ জনাইছিল বিৰাট কোহলীয়ে। কোহলীয়ে লিখিছিল যে, ২০২১ৰ জানুৱাৰী মাহত আমাৰ মাজলৈ আহিব নতুন আলহী। আৰু অৱশেষত আজিৰ দিনটোতে এটি কন্যা সন্তান সন্তান জন্ম দিলে অনুষ্কা শৰ্মাই।
Published by: Himangshu Bhuyan
First published: January 11, 2021, 4:30 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading