Anal Sexৰ প্ৰতি আগ্ৰহী? উচিত কাম কি হ’ব পাৰে? জনালে বিশেষজ্ঞই

এই ক্ষেত্ৰত কি কৰিব লাগে জনাইছে বিশেষজ্ঞই
এই ক্ষেত্ৰত কি কৰিব লাগে জনাইছে বিশেষজ্ঞই
- News18 Assam
- Last Updated: January 13, 2021, 2:48 PM IST
এজন যুৱকে পল্লৱীক চিঠিৰ জৰিয়তে জনাইছিল যে, তেওঁ অনল চেক্সৰ প্ৰতি আগ্ৰহী। কিন্তু তেওঁৰ পত্নীয়ে এই ক্ষেত্ৰত আপত্তি কৰে। গতিকে তেওঁ কি কৰা উচিত সেই পৰামৰ্শ বিচাৰে পল্লৱীৰ পৰা।
সকলোতকৈ প্ৰথমে এই ক্ষেত্ৰত বিশেষজ্ঞ এটা কথাত বিশেষ গুৰুত্ব দিছে। তেওঁৰ পৰামৰ্শ কোনোৱে যদি কিবা পছন্দ নকৰে, তেন্তে সেই ক্ষেত্ৰত কেতিয়াও জোৰ কৰিব নালাগে। যৌনতাৰ ক্ষেত্ৰত উচিত নহয় কেতিয়াও। যদি তাকে নকৰে, তেন্তে যৌনতাৰ ক্ষেত্ৰ অতিক্ৰম কৰি শাৰীৰিক অত্যাচাৰ কৰা হ’বগৈ।
গতিকে পৰামৰ্শ- কামনা চৰিতাৰ্থ কৰাৰ বাবে অন্য ইচ্ছুক সংগী বা সংগীনীৰ দ্বাৰস্থ হ’ব পাৰে। কিন্তু যিসকল বিবাহিত বা সম্পৰ্কত আছে, তেওঁলোকে এই সিদ্ধান্তৰ কথা সংগীক জনাব লাগে।