Anal Sexৰ প্ৰতি আগ্ৰহী? উচিত কাম কি হ’ব পাৰে? জনালে বিশেষজ্ঞই

News18 Assam | News18-Assam
Updated:January 13, 2021, 2:48 PM IST
Anal Sexৰ প্ৰতি আগ্ৰহী? উচিত কাম কি হ’ব পাৰে? জনালে বিশেষজ্ঞই
এই ক্ষেত্ৰত কি কৰিব লাগে জনাইছে বিশেষজ্ঞই

এই ক্ষেত্ৰত কি কৰিব লাগে জনাইছে বিশেষজ্ঞই

  • Share this:
যৌনতাৰ কিছু নিৰ্দিষ্ট বৈশিষ্ট থাকে। যৌন সুখ লাভ কৰাৰ সকলোৰে কৌশল বেলেগ বেলেগ। একাংশৰ যৌন সুখৰ ধৰণৰ ঘৃণনীয়ও হ’ব পাৰে। কিন্তু বিশেষজ্ঞ পল্লৱী বৰ্নৱালে বাৰে বাৰে আমাৰ কৈছে যে, যৌনতাৰ ক্ষেত্ৰত সকলোৰে যদিও ধ্যান ধাৰণা বেলেগ বেলেগ তথাপিও কিছু ক্ষেত্ৰত সতৰ্ক হোৱাৰ প্ৰয়োজন।

এজন যুৱকে পল্লৱীক চিঠিৰ জৰিয়তে জনাইছিল যে, তেওঁ অনল চেক্সৰ প্ৰতি আগ্ৰহী। কিন্তু তেওঁৰ পত্নীয়ে এই ক্ষেত্ৰত আপত্তি কৰে। গতিকে তেওঁ কি কৰা উচিত সেই পৰামৰ্শ বিচাৰে পল্লৱীৰ পৰা।

সকলোতকৈ প্ৰথমে এই ক্ষেত্ৰত বিশেষজ্ঞ এটা কথাত বিশেষ গুৰুত্ব দিছে। তেওঁৰ পৰামৰ্শ কোনোৱে যদি কিবা পছন্দ নকৰে, তেন্তে সেই ক্ষেত্ৰত কেতিয়াও জোৰ কৰিব নালাগে। যৌনতাৰ ক্ষেত্ৰত উচিত নহয় কেতিয়াও। যদি তাকে নকৰে, তেন্তে যৌনতাৰ ক্ষেত্ৰ অতিক্ৰম কৰি শাৰীৰিক অত্যাচাৰ কৰা হ’বগৈ।

কিন্তু যৌনসংগমৰ ক্ষেত্ৰত যে Anal Sexও স্বাভাৱিক সেয়াও কৈছে পল্লৱীয়ে। তেওঁ কয় যে, অনল চেক্সৰ বিষয়টোক লৈ বহুতৰ মনত প্ৰশ্ন থাকে। বহুতে আতংকিত হৈ পৰে।

গতিকে পৰামৰ্শ- কামনা চৰিতাৰ্থ কৰাৰ বাবে অন্য ইচ্ছুক সংগী বা সংগীনীৰ দ্বাৰস্থ হ’ব পাৰে। কিন্তু যিসকল বিবাহিত বা সম্পৰ্কত আছে, তেওঁলোকে এই সিদ্ধান্তৰ কথা সংগীক জনাব লাগে।
Published by: Himangshu Bhuyan
First published: January 13, 2021, 2:48 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading