অমিতাভ বচ্চনক মুম্বাইৰ নানাৱতী হাস্পতালত ভৰ্তি, টুইটাৰত জনালে কোৰোণাত আক্ৰান্ত হোৱাৰ কথা

News18 Assam | News18-Assam
Updated:July 11, 2020, 11:14 PM IST
অমিতাভ বচ্চনক মুম্বাইৰ নানাৱতী হাস্পতালত ভৰ্তি, টুইটাৰত জনালে কোৰোণাত আক্ৰান্ত হোৱাৰ কথা
অমিতাভ বচ্চনৰ পৰিয়াল বা হাস্পতালৰ ফালৰ পৰা এইপৰ্যন্ত কোনো কথা কোৱা হোৱা নাই। 

অমিতাভ বচ্চনৰ পৰিয়াল বা হাস্পতালৰ ফালৰ পৰা এইপৰ্যন্ত কোনো কথা কোৱা হোৱা নাই। 

  • Share this:
মুম্বাইঃ বলিউডৰ মেগাষ্টাৰ অমিতাভ বচ্চনৰ স্বাস্থ্য হঠাৎ বেয়া হৈ পৰাত তেওঁক মুম্বাইৰ নানাৱতী হাস্পতালত ভৰ্তি কৰোৱা হৈছে। তেওঁ কোৰোণাত আক্ৰান্ত হোৱাৰ কথা টুইটাৰত নিজে প্ৰকাশ কৰিছে। স্বাস্থ্যৰ অৱনতি ঘটাত তেওঁক হাস্পতালত ভৰ্তি কৰোৱা হয়।

T 3590 -I have tested CoviD positive .. shifted to Hospital .. hospital informing authorities .. family and staff undergone tests , results awaited ..
All that have been in close proximity to me in the last 10 days are requested to please get themselves tested !




শেহতীয়াকৈ আমেজন প্ৰাইম ভিডিঅ’জত তেওঁৰ চিনেমা গুলাব’–চিতাব’ মুক্তি পাইছিল।
First published: July 11, 2020, 11:08 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading