মুম্বাইঃ বলিউডৰ মেগাষ্টাৰ অমিতাভ বচ্চনৰ স্বাস্থ্য হঠাৎ বেয়া হৈ পৰাত তেওঁক মুম্বাইৰ নানাৱতী হাস্পতালত ভৰ্তি কৰোৱা হৈছে। তেওঁ কোৰোণাত আক্ৰান্ত হোৱাৰ কথা টুইটাৰত নিজে প্ৰকাশ কৰিছে। স্বাস্থ্যৰ অৱনতি ঘটাত তেওঁক হাস্পতালত ভৰ্তি কৰোৱা হয়।
T 3590 -I have tested CoviD positive .. shifted to Hospital .. hospital informing authorities .. family and staff undergone tests , results awaited ..
All that have been in close proximity to me in the last 10 days are requested to please get themselves tested !
FIRST PUBLISHED : July 11, 2020, 23:08 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।