ছচিয়েল মিডিয়াত ব্যাপক ট্ৰ’লৰ সন্মুখীন ঐশ্বৰ্য ৰায় আৰু জীয়ৰী আৰাধ্যা বচ্চন, কিন্তু কিয়?

News18-Assam
Updated:November 21, 2019, 1:35 PM IST
ছচিয়েল মিডিয়াত ব্যাপক ট্ৰ’লৰ সন্মুখীন ঐশ্বৰ্য ৰায় আৰু জীয়ৰী আৰাধ্যা বচ্চন, কিন্তু কিয়?
Source-Google

জন্মদিনৰ দিনাই ছচিয়েল মিডিয়াত ট্ৰ’লৰ সন্মুখীন হৈছে ঐশ্বৰ্য ৰায়ৰ জীয়ৰী আৰাধ্যা বচ্চন

  • Share this:
জন্মদিনৰ দিনাই ছচিয়েল মিডিয়াত ট্ৰ’লৰ সন্মুখীন হৈছে ঐশ্বৰ্য ৰায়ৰ জীয়ৰী আৰাধ্যা বচ্চন। আৰাধ্যাৰ লগতে ট্ৰ’লৰ সন্মুখীন হৈছে অভিনেত্ৰী ঐশ্বৰ্য ৰায় বচ্চনো। জন্মদিনৰ দিনা আৰাধ্যাক মেকআপত দেখা গৈছিল। পিছত ফটো ছচিয়েল মিডিয়াত ভাইৰেল হোৱাৰ পিছত কণমানি ছোৱালীজনীক অধিক মেকআপত দেখি বিভিন্নজনে সমালোচনা কৰে মাতৃ ঐশ্বৰ্য ৰায়ক।



আৰাধ্যাৰ জন্মদিনৰ দিনা অমিতাভ বচ্চন আৰু জয়া বচ্চনকো দেখা গৈছিল।




 





View this post on Instagram




 

#abhishekbachchan #aishwaryarai & birthday girl #aaradhyabachchan had fun with "jhula" 😊☺️


A post shared by Viral Bhayani (@viralbhayani) on




আৰু চাওক পৰৱৰ্তী বাতৰি