• Home
  • »
  • News
  • »
  • lifestyle
  • »
  • কোন টেলিকম কোম্পানীয়ে দিব চাৰি লাখ টকাৰ বিনামূলীয়া জীৱন বীমা ?

কোন টেলিকম কোম্পানীয়ে দিব চাৰি লাখ টকাৰ বিনামূলীয়া জীৱন বীমা ?

ভাৰতীয় টেলিকম কোম্পানী এয়াৰটেলে নিজৰ গ্ৰাহকক দিছে বিনামূলীয়া জীৱন বীমাৰ সুবিধা । এয়াৰটেলৰ ২৪৯ টকাৰ এই নতুন প্ৰীপেড বাণ্ডলৰ জৰিয়তে গ্ৰাহকক দিব চাৰিলাখ টকাৰ জীৱন বীমাৰ সুবিধা ।

  • Share this:
    এয়াৰটেলে নিজৰ গ্ৰাহকক দিছে বিনামুলীয়া জীৱন বীমাৰ সুবিধা । যাৰ বাবে কৰিব লাগিব ২৪৯ টকাৰ  ৰিচাৰ্জ । এয়াৰটেলে নিজৰ গ্ৰাহকৰ বাবে নতুন প্ৰীপেড বাণ্ডল মুকলি কৰিছে, এই নতুন নতুন প্ৰীপেড বাণ্ডলৰ জৰিয়তে গ্ৰাহকে লাভ কৰিব HDFC লাইফ ইন্স’ৰেঞ্চ অথবা Bharti X ৰ পৰা লাইফ  ইন্স’ৰেঞ্চৰ সুবিধা ।
    ভাৰতীয় টেলিকম কোম্পানী এয়াৰটেলে নিজৰ গ্ৰাহকক দিছে বিনামূলীয়া জীৱন বীমাৰ সুবিধা । এয়াৰটেলৰ ২৪৯ টকাৰ এই নতুন প্ৰীপেড বাণ্ডলৰ জৰিয়তে গ্ৰাহকক চাৰিলাখ টকাৰ জীৱন বীমা দিছে ।
    সেইদৰে ২৪৯ টকাৰ এই প্ৰীপেড বাণ্ডলত থাকিব ২ জিবি ডেইলি ডাটা, আনলিমিটেড কলিঙৰ লগতে ১০০ মেছেজ । এই নতুন প্ৰিপেড প্লেনৰ ম্যাদ থাকিব ২৮ দিনৰ বাবে ।
    ১৮ৰ পাৰ ৫৪ বছৰৰ গ্ৰাহক সকলক সামৰি লব এই ইন্স’ৰেঞ্চটোৱে । এয়াৰটেলৰ এই সুবিধা এয়াৰটেল এপ, থাৰ্ড পাৰ্টিৰ পৰা ৰিছাৰ্জ কৰিলেহে লাভ কৰিব গ্ৰাহকসকলে । সেইদৰে প্ৰতিমাহে ২৪৯ ৰিচাৰ্জ কৰিলে নিজে নিজেই ৰিনিউ হ’ব এই সুবিধা ।
    Published by:Sanjay Kumar Das
    First published:

    শেহতীয়া বাতৰি