
ভাৰতীয় টেলিকম কোম্পানী এয়াৰটেলে নিজৰ গ্ৰাহকক দিছে বিনামূলীয়া জীৱন বীমাৰ সুবিধা । এয়াৰটেলৰ ২৪৯ টকাৰ এই নতুন প্ৰীপেড বাণ্ডলৰ জৰিয়তে গ্ৰাহকক দিব চাৰিলাখ টকাৰ জীৱন বীমাৰ সুবিধা ।
ভাৰতীয় টেলিকম কোম্পানী এয়াৰটেলে নিজৰ গ্ৰাহকক দিছে বিনামূলীয়া জীৱন বীমাৰ সুবিধা । এয়াৰটেলৰ ২৪৯ টকাৰ এই নতুন প্ৰীপেড বাণ্ডলৰ জৰিয়তে গ্ৰাহকক দিব চাৰিলাখ টকাৰ জীৱন বীমাৰ সুবিধা ।
এয়াৰটেলে নিজৰ গ্ৰাহকক দিছে বিনামুলীয়া জীৱন বীমাৰ সুবিধা । যাৰ বাবে কৰিব লাগিব ২৪৯ টকাৰ ৰিচাৰ্জ । এয়াৰটেলে নিজৰ গ্ৰাহকৰ বাবে নতুন প্ৰীপেড বাণ্ডল মুকলি কৰিছে, এই নতুন নতুন প্ৰীপেড বাণ্ডলৰ জৰিয়তে গ্ৰাহকে লাভ কৰিব HDFC লাইফ ইন্স’ৰেঞ্চ অথবা Bharti X ৰ পৰা লাইফ ইন্স’ৰেঞ্চৰ সুবিধা ।
ভাৰতীয় টেলিকম কোম্পানী এয়াৰটেলে নিজৰ গ্ৰাহকক দিছে বিনামূলীয়া জীৱন বীমাৰ সুবিধা । এয়াৰটেলৰ ২৪৯ টকাৰ এই নতুন প্ৰীপেড বাণ্ডলৰ জৰিয়তে গ্ৰাহকক চাৰিলাখ টকাৰ জীৱন বীমা দিছে ।
সেইদৰে ২৪৯ টকাৰ এই প্ৰীপেড বাণ্ডলত থাকিব ২ জিবি ডেইলি ডাটা, আনলিমিটেড কলিঙৰ লগতে ১০০ মেছেজ । এই নতুন প্ৰিপেড প্লেনৰ ম্যাদ থাকিব ২৮ দিনৰ বাবে ।
১৮ৰ পাৰ ৫৪ বছৰৰ গ্ৰাহক সকলক সামৰি লব এই ইন্স’ৰেঞ্চটোৱে । এয়াৰটেলৰ এই সুবিধা এয়াৰটেল এপ, থাৰ্ড পাৰ্টিৰ পৰা ৰিছাৰ্জ কৰিলেহে লাভ কৰিব গ্ৰাহকসকলে । সেইদৰে প্ৰতিমাহে ২৪৯ ৰিচাৰ্জ কৰিলে নিজে নিজেই ৰিনিউ হ’ব এই সুবিধা ।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|