আপুনি Airtelৰ গ্ৰাহক নেকি? আকৰ্ষণীয় আৰু সুলভ প্লেনৰ লাভ উঠাওক

News18 Assam | News18-Assam
Updated:February 5, 2020, 11:46 AM IST
আপুনি Airtelৰ গ্ৰাহক নেকি? আকৰ্ষণীয় আৰু সুলভ প্লেনৰ লাভ উঠাওক
এয়াৰটেল Xtremeত ৩৭০তকৈ অধিক লাইভ টিভি চেনেল, ১০ হাজাৰতকৈ অধিক চিনেমা আৰু টিভি শ্ব’ চাব পাৰিব।

এয়াৰটেল Xtremeত ৩৭০তকৈ অধিক লাইভ টিভি চেনেল, ১০ হাজাৰতকৈ অধিক চিনেমা আৰু টিভি শ্ব’ চাব পাৰিব।

  • Share this:
এয়াৰটেলে নিজৰ গ্ৰাহকসকলৰ বাবে লৈ আহিছে আকৰ্ষণীয় প্লেন। এতিয়া গ্ৰাহকে ১৪৯ টকা ৰিচাৰ্জ কৰিলে লাভ কৰিব আনলিমিটেড কলিংৰ সুবিধা। ইয়াৰ উপৰি ২ জিবি ডাটাৰ লগতে ৩০০ SMSৰ সুবিধা লাভ কৰিব গ্ৰাহকে। এই প্লেনৰ ভিলিডিটী ২৮ দিন।

ইয়াত গ্ৰাহকে পাব Hello Tunesৰ সুবিধা। লগতে Unlimited Wynk Music আৰু এয়াৰটেল Xtreme Appৰ লাভ। এয়াৰটেল Xtremeত ৩৭০তকৈ অধিক লাইভ টিভি চেনেল, ১০ হাজাৰতকৈ অধিক চিনেমা আৰু টিভি শ্ব’ অন্তৰ্ভুক্ত আছে।



এয়াৰটেলে নিজৰ ব্ৰডবেণ্ড প্লেনৰ সৈতে ৩ মাহৰ বাবে নেটফ্লিক্সৰ ছাবস্ক্ৰিবচনৰ সুবিধা শেষ কৰিছে। কোম্পানীটোৱে নিজৰ ৱেবছাইটত এই বিষয়ে জনাইছে। উল্লেখযোগ্য যে বৰ্তমান ব্যৱহাৰ কৰি থকা এই সুবিধা ভেলিডিটী শেষ হোৱালৈ চলি থাকিব। ইয়াৰ বিপৰীতে বৰ্তমান ৯৯৯ টকাত গ্ৰাহকক এবছৰৰ বাবে এমেজন প্ৰাইমৰ ছাবস্ক্ৰিবচন দিয়া হৈছে।
আৰু চাওক
পৰৱৰ্তী বাতৰি