• Home
  • »
  • News
  • »
  • lifestyle
  • »
  • Airtelৰ ১৪৮ টকাৰ প্লেন, আনলিমিটেড কলিঙৰ সৈতে লাভ কৰিব 3GB ডেটা

Airtelৰ ১৪৮ টকাৰ প্লেন, আনলিমিটেড কলিঙৰ সৈতে লাভ কৰিব 3GB ডেটা

এই প্লেনৰ আধাৰত আপুনি লাভ কৰিব ২৮ দিনৰ ভেলিডিটীসহ আনলিমিটেড Local আৰু STD কংলিঙৰ সুবিধা।

এই প্লেনৰ আধাৰত আপুনি লাভ কৰিব ২৮ দিনৰ ভেলিডিটীসহ আনলিমিটেড Local আৰু STD কংলিঙৰ সুবিধা।

এই প্লেনৰ আধাৰত আপুনি লাভ কৰিব ২৮ দিনৰ ভেলিডিটীসহ আনলিমিটেড Local আৰু STD কংলিঙৰ সুবিধা।

  • Share this:
    প্ৰীপেড ব্যৱহাৰকাৰীয়ে এয়াৰটেলে এটা নতুন প্লেন লৈ আহিছে। কিছুদিন পূৰ্বে এয়াৰটেলে বছৰি ১৬৯৯ টকাৰ ৰিভাইজ প্লেন কৰিছে। ১৪৮ টকাৰ এই প্লেনত এয়াৰটেল ব্যৱহাৰকাৰীয়ে কেইবাটাও সুবিধাজনক অফাৰ লাভ কৰিছে। জানো আহক এই এয়াৰটেল অফাৰৰ বিশেষত্ব কি?

    এয়াৰটেলৰ এই অফাৰত পাব এইসমূহ সুবিধা–
    ১৪৮ টকাৰ এই প্লেনত Subscribers–এ লাভ কৰিব 3GB ডেটা। গুৰুত্বপূৰ্ণ কথাটো হ’ল যে এই ডেটা কেৱল ভেলিডেটী পিৰিয়ডলৈহে, দৈনন্দিন লাভ নকৰে এই ডেটা। ইয়াৰোপৰি এই প্লেনৰ আধাৰত ২৮ দিনৰ ভেলিডিটীৰ সৈতে আনলিমিটেড Local আৰু STD কংলিঙৰ সুবিধাও লাভ কৰিব। এই প্লেনৰ জৰিয়তে Subscribersয়ে এয়াৰটেল টিভিৰ Free subscriptionয়ো লাভ কৰিব। ইয়াৰ লগতে ব্যৱহাৰকাৰীসকলে এই প্লেনৰ জৰিয়তে Wink musicৰ Free access অফাৰ লাভ কৰিব।



    বিনামূলীয়া হেল্ল’ টিউনৰ সুবিধা–
    এই প্লেনৰ জৰিয়তে এয়াৰটেল ব্যৱহাৰকাৰীয়ে লাভ কৰিব বিনামূলীয়া হেল্ল’ টিউন। বৰ্তমান কোম্পোনীক এই হেল্ল’ টিউনৰ বাবদ ৩৬ টকা দিব লাগিছিল। হেল্ল’ টিউনৰ বাবে Subscribers–এ Wink music এপত গৈ নিজৰ নম্বৰৰ বাবে হেল্ল’ টিউন নিৰ্বাচিত কৰিব পাৰে। এই হেল্ল’ টিউন ১২টা পৃথক–পৃথক মুড আৰু ১৫টা পৃথক–পৃথক ভাষাত উপলব্ধ হ’ব। Subscribers–এ প্ৰতি ৩০ দিনত হেল্ল’ টিউনৰ Subscription নৱীকৰণ কৰাব লাগিব।



     
    First published: