ৰাণু মণ্ডলৰ সৈতে তুলনাই নহয়..ৱাহ, কি প্ৰতিভা যুৱকজনৰ! এবাৰ শুনিলেই আপ্লুত হৈ পৰিব আপুনি, Viral Video

News18 Assam | News18-Assam
Updated:December 30, 2019, 3:22 PM IST
ৰাণু মণ্ডলৰ সৈতে তুলনাই নহয়..ৱাহ, কি প্ৰতিভা যুৱকজনৰ! এবাৰ শুনিলেই আপ্লুত হৈ পৰিব আপুনি, Viral Video
চত্তীশগড়ৰ ৰে’ল ষ্টেচনত গীত গাই এতিয়া ছচিয়েল মিডিয়াত বিশেষ চৰ্চা লাভ কৰিছে যুৱকজনে

চত্তীশগড়ৰ ৰে’ল ষ্টেচনত গীত গাই এতিয়া ছচিয়েল মিডিয়াত বিশেষ চৰ্চা লাভ কৰিছে যুৱকজনে

  • Share this:
ৰাণু মণ্ডলৰ কথা কোনে পাহৰিব? ছচিয়েল মিডিয়াত ৰাণু মণ্ডলে গোৱা গীত ভাইৰেল হোৱাৰ পিছত ৰে’ল ষ্টেচনৰ পৰা বলীউদৰ ছবিত গীত গোৱাৰ সুবিধা পাইছিল। এইবাৰ ভাইৰেল হৈছে, এজন যুৱকে ষ্টেচনত বহি গীত গাই থকা এটা ভিডিঅ’। যুৱকজনৰ এনে যাদুকৰী কণ্ঠৰ লগত ৰাণু মণ্ডল তুলনালৈয়ে নাহে বুলি এতিয়া বহুতে ক’ব বিচাৰিছে।

চত্তীশগড়ৰ ৰে’ল ষ্টেচনত গীত গাই এতিয়া ছচিয়েল মিডিয়াত বিশেষ চৰ্চা লাভ কৰিছে যুৱকজনে।

আৰু চাওক
পৰৱৰ্তী বাতৰি