কি নকৰে আমীৰ খানৰ জীয়ৰীয়ে! এইবাৰ বাটৰ কুকুৰৰ সৈতে খেলাত ব্যস্ত ইৰা খান! বহুতে কৈছে–WOW

News18 Assam | News18-Assam
Updated:January 8, 2020, 7:46 PM IST
কি নকৰে আমীৰ খানৰ জীয়ৰীয়ে! এইবাৰ বাটৰ কুকুৰৰ সৈতে খেলাত ব্যস্ত ইৰা খান! বহুতে কৈছে–WOW
Source-Google

ছচিয়েল মিডিয়াত প্ৰায়ে চৰ্চাত থাকে আমীৰ খানৰ জীয়ৰী ইৰা খান।

  • Share this:
ইৰা খানক আজিকালি কোনেনো চিনি নাপায়! ইৰা খান এতিয়া ছচিয়েল মিডিয়াত প্ৰায়ে চৰ্চাত থকা এটা নাম। বিভিন্ন কাৰণত ছচিয়েল মিডিয়াত চৰ্চিত হৈ থাকে ইৰা খান।



কিন্তু এইবাৰ কিছু পৃথক। ইৰা খানে বাটৰ এটা কুকুৰৰ সৈতে খেলি থকা মুহূৰ্তৰ ফটো ভাইৰেল হৈছে ছচিয়েল মিডিয়াত। বহুবাৰ বিভিন্ন কাৰণৰ বাবে সমালোচনাৰ সন্মুখীন হৈছিল যদিও, এইবাৰ ইৰাৰ এই কাৰ্যক প্ৰশংসা কৰিছে বহুতে।


Published by: Himangshu Bhuyan
First published: January 8, 2020, 7:46 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading