• Home
  • »
  • News
  • »
  • lifestyle
  • »
  • আৰে য়াৰ...! চুলি কটাবলৈ গৈ ইটোৰ পিছত সিটো সমস্যা এটি কণমানিৰ, কি ক’লে শুনক, Video

আৰে য়াৰ...! চুলি কটাবলৈ গৈ ইটোৰ পিছত সিটো সমস্যা এটি কণমানিৰ, কি ক’লে শুনক, Video

ভাইৰেল হৈছে এটা বিশেষ ভিডিঅ’

ভাইৰেল হৈছে এটা বিশেষ ভিডিঅ’

ভাইৰেল হৈছে এটা বিশেষ ভিডিঅ’

  • Share this:
শৈশৱকালত সকলোৰে লগত কিবা নহয় কিবা এটা স্মৃতি জড়িত হৈ থাকেই। যিমানেই বয়স বাঢ়ি যায়, সিমানে সেই দিনবোৰ মিচ কৰা হয়। তাৰ মাজতে কেতিয়াবা বিশেষ ফটো বা ভিডিঅ’ দেখিলেই মনত পৰে অতীতৰ দিনবোৰলৈ।

ভাইৰেল হৈছে এটা বিশেষ ভিডিঅ’। চেলুনত চুলি কটাবলৈ গৈছিল এটি কণমানি। কণমানিটোক চুলি কাটি থাকোতে সমস্যাতো পৰিছিল নাপিতজন।



শেষত দেউতাকৰ নাম, ককাকৰ নাম আদি নানা ধৰণৰ প্ৰশ্ন কৰি শিশুটিক চুলি কাটি থকাৰ কথা পাহৰাই ৰাখিবলৈ চেষ্টা কৰে নাপিতজনে।

চুলি কটা হয়টো পচন্দ হোৱা নাছিল কণমানিটোৰ। সেয়েহে বাৰে বাৰে নাপিত জনক কৈছিল- ‘আৰে ক্যা কৰ ৰহে হ্যোঁ।’

ছচিয়েল মিডিয়াত এতিয়া ভাইৰেল হৈ পৰিছে এই বিশেষ ভিডিঅ’টো।
Published by:Himangshu Bhuyan
First published: