உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • lifestyle
    • »
    • 7th Pay Commission: কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলে নতুন বছৰত উপহাৰ পাব, নিম্নতম দৰমহা হ'ব পাৰে ২৬ হাজাৰ টকা ...

    7th Pay Commission: কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলে নতুন বছৰত উপহাৰ পাব, নিম্নতম দৰমহা হ'ব পাৰে ২৬ হাজাৰ টকা ...

    ২০২২ চনৰ নতুন বছৰটোৱে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলক উপহাৰ দিব পাৰে। সূত্ৰ অনুসৰি, কেন্দ্ৰীয় কৰ্মচাৰীসকলৰ নিম্নতম মৌলিক দৰমহা (Minimum Wages) ১৮,০০০ টকাৰ পৰিৱৰ্তে ২৬,০০০ টকা হ'ব পাৰে।

    • Share this:
    ২০২২ চনৰ নতুন বছৰটোৱে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলক উপহাৰ দিব পাৰে। কেন্দ্ৰীয় কৰ্মচাৰীসকলৰ দৰমহা বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে। দৰাচলতে, কেন্দ্ৰীয় কৰ্মচাৰীৰ নিম্নতম দৰমহা বৃদ্ধি হ'ব পাৰে। সূত্ৰ অনুসৰি, কেন্দ্ৰীয় কৰ্মচাৰীসকলৰ নিম্নতম মৌলিক দৰমহা (Minimum Wages) ১৮,০০০ টকাৰ পৰিৱৰ্তে ২৬,০০০ টকা হ'ব পাৰে।

    ফিটমেণ্ট ফেক্টৰ বৃদ্ধি কৰিব পাৰে
    তথ্য অনুসৰি, কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলৰ Fitment Factor বৃদ্ধি কৰিব পাৰে। তাৎপৰ্যপূৰ্ণভাৱে, কেন্দ্ৰীয় কৰ্মচাৰীসকলৰ দৰমহা বৃদ্ধি কৰিবলৈ Fitment Factor ব্যৱহাৰ কৰা হয়।

    Read all News in Assamese, Assam News Today, Entertainment News in Assamese, Business News in Assamese, Sports News in Assamese, Health News in Assamese, India News in Assamese

    যদি মোডী চৰকাৰে Fitment Factor বৃদ্ধি কৰে, কৰ্মচাৰীসকলৰ নিম্নতম মৌলিক দৰমহা ২৬ হাজাৰলৈ বৃদ্ধি হ'ব পাৰে। যদি বাজেটৰ আগতে কেবিনেটৰ অনুমোদন প্ৰাপ্ত কৰা হয়, ইয়াক বাজেটৰ আগতে কাৰ্যকৰী কৰা হ'ব পাৰে।
    Published by:Kokil Sarma
    First published: