• Home
  • »
  • News
  • »
  • lifestyle
  • »
  • 7th Pay Commission : চৰকাৰী কৰ্মচাৰীৰ বাবে গুৰুত্বপূৰ্ণ খবৰ! ৩১ মাৰ্চৰ পূৰ্বে কৰক এই কাম, অন্যথা কৰ্তন হ’ব দৰমহা!

7th Pay Commission : চৰকাৰী কৰ্মচাৰীৰ বাবে গুৰুত্বপূৰ্ণ খবৰ! ৩১ মাৰ্চৰ পূৰ্বে কৰক এই কাম, অন্যথা কৰ্তন হ’ব দৰমহা!

কেন্দ্ৰীয় কৰ্মচাৰীসকলক সপ্তম দৰমহা আয়োগৰ পৰামৰ্শমৰ্মে প্ৰতিমাহে দুটি সন্তানৰ বাবে চিলড্ৰেন এডুকেচন এলাউঞ্চ হিচাপে ৪৫০০ টকা লাভ কৰিব পাৰে।

  • Share this:
কেন্দ্ৰীয় চৰকাৰে নিজৰ কৰ্মচাৰীসকলক বিভিন্ন এলাউঞ্চ প্ৰদান কৰে। ইয়াৰ ভিতৰত এটা চিলড্ৰেন এডুকেচন এলাউঞ্চ (Children Education Allowance-CEA)। মহামাৰীৰ বাবে যিসকল কৰ্মচাৰীয়ে ২০২০ত চিলড্ৰেন এডুকেচন এলাউঞ্চ ক্লেইম কৰিব পৰা নাছিল, তেওঁলোকৰ ওচৰত এয়া শেষ সুযোগ। চৰকাৰী কৰ্মচাৰীয়ে ৩১ মাৰ্চৰ ২০২২লৈ কোনো নথি অবিহনে চিলড্ৰেন এডুকেচন এলাউঞ্চৰ ধনৰ বাবে আবেদন কৰিব পাৰে।

কেন্দ্ৰীয় কৰ্মচাৰীসকলক সপ্তম দৰমহা আয়োগৰ পৰামৰ্শমৰ্মে প্ৰতিমাহে দুটি সন্তানৰ বাবে চিলড্ৰেন এডুকেচন এলাউঞ্চ হিচাপে ৪৫০০ টকা লাভ কৰিব পাৰে। কিন্তু কোৰোণা মহামাৰীৰ বাবে স্কুল বন্ধ থকাৰ ফলত ক্লেইম কৰিব পৰা নাছিল। এতিয়া চৰকাৰে নিজৰ কৰ্মচাৰীসকলক ইয়াৰ বাবে অন্তিম সুযোগ প্ৰদান কৰিছে।

বিগত বৰ্ষত মহামাৰীৰ বাবে কেন্দ্ৰীয় চৰকাৰে চিলড্ৰেন এডুকেচন এলাউঞ্চ ক্লেইম ছেল্ফ চাৰ্টিফাইড কৰি দিছিল। চৰকাৰৰ এই সিদ্ধান্তৰ ফলত ৫০ লাখ কেন্দ্ৰীয় কৰ্মচাৰীয়ে সকাহ পাইছিল। এই বিষয়ে ডিপাৰ্টমেণ্ট অব পাৰ্ছনেল আৰু ট্ৰেইনিঙে বিবৃতিও প্ৰকাশ কৰিছিল।
Published by:Sanjay Kumar Das
First published: