পশ্চিমবংগত বিজেপিয়ে আশাব্যঞ্জক ফলাফল দেখুৱাব নোৱাৰিলেও নন্দীগ্ৰাম সমষ্টিত বিজেপিৰ শুভেন্দু অধিকাৰীয়ে বেছ যুঁজ দিছে মমতা বেনাৰ্জীৰ সৈতে।
অন্তিম ৰাউণ্ডৰ গণনাৰ পিছতে মমতা বেনাৰ্জী পৰাস্ত হয় নন্দীগ্ৰামত। নিজ সমষ্টি এৰি মমতা বেনাৰ্জীয়ে যুঁজ দিছিল নন্দীগ্ৰাম সমষ্টিত
Published by: Kokil Sarma
FIRST PUBLISHED : May 02, 2021, 16:31 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|