মুখ্যপৃষ্ঠা »খবৰ »কলকাতা »West Bengal Election Results 2021: দুৰন্ত গতিত চলিছে তৃণমূলৰ ৰথ! দুপৰীয়াৰ ভিতৰতে প্ৰায় স্পষ্ট হৈছে ছবি

West Bengal Election Results 2021: দুৰন্ত গতিত চলিছে তৃণমূলৰ ৰথ! দুপৰীয়াৰ ভিতৰতে প্ৰায় স্পষ্ট হৈছে ছবি

প্ৰায় ২০৮ খন আসনত অগ্ৰগতি লাভ কৰি একক সংখ্যা গৰিষ্ঠতাৰে চৰকাৰ গঠনৰ দিশে মমতাৰ তৃণমূল কংগ্ৰেছ

প্ৰায় ২০৮ খন আসনত অগ্ৰগতি লাভ কৰি একক সংখ্যা গৰিষ্ঠতাৰে চৰকাৰ গঠনৰ দিশে মমতাৰ তৃণমূল কংগ্ৰেছ

  • Share this:
পশ্চিমবংগত কি পুনৰ মমতা বেনাৰ্জী? দুপৰীয়াৰ ভিতৰতে প্ৰায় স্পষ্ট হৈ পৰিছে ছবিখন। বিজেপিৰ পৰা তীব্ৰ প্ৰত্যাহ্বান লাভ কৰিব বুলি সকলোৱে ভাবি আছিল যদিও অৱশেষত সকলো সমীকৰণ ভুল প্ৰমাণিত কৰি পুনৰ এবাৰ পশ্চিম বংগত ক্ষমতা দখলৰ দিশে অগ্ৰসৰ হৈছে মমতা বেনাৰ্জীৰ দলটো।

এইপৰ্যন্ত তৃণমূল কংগ্ৰেছে ২০৮ খন আসনত অগ্ৰগতি লাভ কৰাৰ বিপৰীতে বিজেপিয়ে অগ্ৰগতি লাভ কৰিছে মাত্ৰ ৭৯ খন আসনত। সৰ্বমুঠ ২৯২ খন বিধানসভা আসন বিশিষ্ট ৰাজ্যখনত মমতা বেনাৰ্জীৰ সন্মুখত যেন কোনো ফেক্টৰেই নহ'ল বিজেপি।

শেহতীয়া বাতৰি