• Home
  • »
  • News
  • »
  • kolkata
  • »
  • West Bengal|Arpita Mukherjee: টকাই টকা! অৰ্পিতা মুখাৰ্জীৰ ঘৰত পুনৰ উদ্ধাৰ ১৫ কোটি টকা, মুঠ ৩৫ কোটি টকা উদ্ধাৰ

West Bengal|Arpita Mukherjee: টকাই টকা! অৰ্পিতা মুখাৰ্জীৰ ঘৰত পুনৰ উদ্ধাৰ ১৫ কোটি টকা, মুঠ ৩৫ কোটি টকা উদ্ধাৰ

West Bengal|Arpita Mukherjee: প্ৰাক্তন শিক্ষামন্ত্ৰী পাৰ্থ চেটাৰ্জীৰ বিৰুদ্ধে এনফোৰ্চমেণ্ট সঞ্চালকালয়ে অভিযান চলোৱাৰ সময়তে মন্ত্ৰীগৰাকীৰ ঘনিষ্ঠ অৰ্পিতা মুখাৰ্জীৰ ঘৰত মুঠ ৩৫ কোটি টকা জব্দ কৰিছে EDয়ে।

  • Share this:
পশ্চিম বংগ (West Bengal)ৰ টিএমচি নেত্ৰী অৰ্পিতা মুখাৰ্জী (Arpita Mukherjee)ৰ ঘৰত আজিও ১৫ কোটি টকা উদ্ধাৰ কৰিলে এনফোৰ্চমেণ্ট সঞ্চালকালয়ে। ইয়াকে ধৰি অৰ্পিতা মুখাৰ্জীৰ ঘৰত জব্দ কৰা মুঠ টকাৰ পৰিমাণ ৩৫ কোটি টকালৈ বৃদ্ধি হয়। ইয়াৰ পূৰ্বে শনিবাৰে ২০ কোটি টকা জব্দ কৰিছিল EDয়ে।

টকা জব্দ কৰাৰ লগতে অৰ্পিতা মুখাৰ্জীৰ এটা ঘৰ ছীল কৰি দিয়ে এনফোৰ্চমেণ্ট সঞ্চালকালয়ে।

উল্লেখ্য পশ্চিমবংগৰ শিক্ষা বিভাগৰ নিযুক্তি কেলেংকাৰীত প্ৰাক্তন শিক্ষামন্ত্ৰী পাৰ্থ চেটাৰ্জী (Partha Chatterjee)ৰ বিৰুদ্ধে এনফোৰ্চমেণ্ট সঞ্চালকালয়ে অভিযান চলোৱাৰ সময়তে মন্ত্ৰীগৰাকীৰ ঘনিষ্ঠ অৰ্পিতা মুখাৰ্জীৰ ঘৰত মুঠ ৩৫ কোটি টকা জব্দ কৰিছে EDয়ে।
Published by:Manjumoni Borah
First published: