• Home
  • »
  • News
  • »
  • kolkata
  • »
  • BJP নেতা আৰু প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী বাবুল সুপ্ৰিয়োই ৰাজনীতি ত্যাগ কৰাৰ পিছত যোগদান কৰিলে TMCত...

BJP নেতা আৰু প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী বাবুল সুপ্ৰিয়োই ৰাজনীতি ত্যাগ কৰাৰ পিছত যোগদান কৰিলে TMCত...

The TMC annnounced Babul Supriyo's induction into the party on Twitter. (Twitter/@AITCofficial)

The TMC annnounced Babul Supriyo's induction into the party on Twitter. (Twitter/@AITCofficial)

BJP নেতা তথা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী বাবুল সুপ্ৰিয়োই (Former Union Minister Babul Supriyo) শনিবাৰে দলৰ সাধাৰণ সম্পাদক অভিষেক বেনাৰ্জী আৰু ৰাজ্যসভাৰ সদস্য ডেৰেক অ'ব্ৰাইনৰ উপস্থিতিত মমতা বেনাৰ্জীৰ তৃণমূল কংগ্ৰেছত (TMC) যোগদান কৰে।

  • Share this:

তৃণমূল কংগ্ৰেছৰ অফিচিয়েল টুইটাৰ হেণ্ডেলে টুইট কৰি এই কথা জনায়।

এনেকুৱা লাগিছে যেন সুপ্ৰিয়োই ৰাজনীতিৰ বিষয়ে তেওঁৰ মন সলনি কৰিছে। কিয়নো তেওঁ ৰাজনীতি ত্যাগ কৰিব বুলি এটা টুইটত কোৱাৰ দুমাহ পিছত তেওঁ TMCত যোগদান কৰিছে। ইফালে শেহতীয়াকৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মন্ত্ৰীসভা ৰদবদলত সুপ্ৰিয়োক স্থান দিয়াৰ পৰা বঞ্চিত কৰা হৈছিল। জনপ্ৰিয় কণ্ঠশিল্পীগৰাকীয়ে ২০১৪ চনত বিজেপিত যোগদান কৰিছিল।
Published by:Kokil Sarma
First published: