মুখ্যপৃষ্ঠা »খবৰ »Jorhat »অস্তিত্বৰ সংকটত স্বৰ্গদেউ জয়ধ্বজ সিংহই নিৰ্মাণ কৰা কটাৰীখাম গড়

অস্তিত্বৰ সংকটত স্বৰ্গদেউ জয়ধ্বজ সিংহই নিৰ্মাণ কৰা কটাৰীখাম গড়

টীয়কৰ গৌৰৱৰ প্ৰতীক কটাৰীখাম গড় ৷ এই গড়টোৰ প্ৰতিও ভাবুকি কঢ়িয়াই আনিছে একাংশ লোকে । গড়টোৰ নিচেই কাষতে একাংশ লোকে মাটি খান্দি দ গাতৰ সৃষ্টি কৰাত গড়টোৰ  প্ৰতি ভাবুকি আহি পৰিছে । 

  • Share this:
যোৰহাট, ১৫ মাৰ্চ: বেদখলমুক্ত অসম গঢ়াৰ লক্ষ্যৰে যি সময়ত চৰকাৰে বিভিন্ন ভূমিত উচ্ছেদ চলাইছে, সেই সময়তেই অস্তিত্বৰ সংকটত ভুগিছে স্বৰ্গদেউ জয়ধ্বজ সিংহই আহোম যুগত অসমৰ অসমীয়া সত্তাক জীয়াই ৰাখিবলৈ নিৰ্মাণ কৰা কীৰ্তিচিহ্নসমূহ।

সেইসমূহৰ ভিতৰত অন্যতম টীয়কৰ গৌৰৱৰ প্ৰতীক কটাৰীখাম গড়৷ এই গড়টোৰ প্ৰতিও ভাবুকি কঢ়িয়াই আনিছে একাংশ লোকে। গড়টোৰ নিচেই কাষতে একাংশ লোকে মাটি খান্দি দ গাঁতৰ সৃষ্টি কৰাত গড়টোৰ প্ৰতি ভাবুকি আহি পৰিছে।

উল্লেখ্য, এই গড়টোৰেই কেইবাখনো গাঁৱৰ ৰাইজে অহা-যোৱা কৰে। সেয়ে গড়টোৰ নিচেই কাষতে খন্দা দ গাঁতে অমংগল মাতিব পাৰে বুলি আশংকা প্ৰকাশ কৰিছে স্থানীয় ৰাইজে।

আনহাতে ঐতিহাসিক কটাৰীখাম গড়টোৰ ক্ষতি কৰা কাৰ্যৰ তীব্ৰ বিৰোধিতা কৰিছে স্থানীয় ৰাইজে। শীঘ্ৰেই গড়টোৰ ধ্বংস যজ্ঞ চলোৱা ব্যক্তিৰ বিৰুদ্ধে ৰাইজে বিহিত ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে।

তোমাৰ চহৰৰ পৰা(যোৰহাট)

শেহতীয়া বাতৰি