মুখ্যপৃষ্ঠা »খবৰ »Jorhat »Jorhat News: লাহিঙত এতিয়া ঢোলৰ গুমগুমনি

Jorhat News: লাহিঙত এতিয়া ঢোলৰ গুমগুমনি

আজিৰে পৰা অনুষ্ঠিত হোৱা এই বিহু কৰ্মশালাত প্ৰায় শতাধিক প্ৰশিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰিছে ৷ অনাগত দিনত আৰু প্ৰশিক্ষাৰ্থীৰ সংখ্যা বাঢ়িব বুলি আয়োজক সকলে জনাইছে ৷

  • Share this:
যোৰহাট, ২৬ মাৰ্চ: অসমীয়াৰ বাপতি সাহোন ৰঙালী বিহুৰ পৰম্পৰা ৰক্ষা কৰি নৱপ্ৰজন্মৰ শিশু, যুৱতী সকলক বিহুনাচৰ সুন্দৰ প্ৰশিক্ষণেৰে আগবঢ়াই নিয়াৰ উদ্দেশ্যেৰে প্ৰথমবাৰৰ বাবে ৰ'দালী অসম ডিজিটেল প্লেটৰ্ফম আৰু স্থানীয় ৰাইজৰ উদ্যোগত লাহিং মাজকুৰি সাংস্কৃতিক মঞ্চত আজিৰে পৰা আৰম্ভ হৈছে ১০ দিনীয়া বিহুনাচ কৰ্মশালা ৷

উক্ত কৰ্মশালাত বিহুনাচৰ প্ৰশিক্ষক হিচাপে উপস্থিত থাকিব বিহুৱতী ঝৰ্ণা ফুকন হাতীবৰুৱা, বিহুৱতী লিজা বৰুৱাৰ লগতে মুখ্য আকৰ্ষণ হিচাপে কৰ্মশালাত উপস্থিত থাকিব লতাশিল বিহু সম্ৰাজ্ঞী ২০২২ শতাব্দী কলিতা আৰু পাঁচখন কাঁহৰ কাহীৰে বিহু নাচ প্ৰদৰ্শন কৰি ইণ্ডিয়া বুক অৱ ৰেকৰ্ডত নাম অন্তর্ভুক্ত কৰিবলৈ সক্ষম হোৱা প্ৰণামী বৰবড়া ৷

আজিৰে পৰা অনুষ্ঠিত হোৱা এই বিহু কৰ্মশালাত প্ৰায় শতাধিক প্ৰশিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰিছে ৷ অনাগত দিনত আৰু প্ৰশিক্ষাৰ্থীৰ সংখ্যা বাঢ়িব বুলি আয়োজক সকলে জনাইছে ৷

তোমাৰ চহৰৰ পৰা(যোৰহাট)

শেহতীয়া বাতৰি