মুখ্যপৃষ্ঠা » খবৰ

» ইম্ফল

»Manipur Congress: মণিপুৰ কংগ্ৰেছৰ বিধায়ক গোবিন্দাস কন্থৌজামে এৰিলে বিধানসভাৰ সদস্য পদ

Manipur Congress: মণিপুৰ কংগ্ৰেছৰ বিধায়ক গোবিন্দাস কন্থৌজামে এৰিলে বিধানসভাৰ সদস্য পদ

News18 Assam | News18-Assam
Updated:July 28, 2021, 11:31 PM IST
Manipur Congress: মণিপুৰ কংগ্ৰেছৰ বিধায়ক গোবিন্দাস কন্থৌজামে এৰিলে বিধানসভাৰ সদস্য পদ
গোবিন্দাস কণ্ঠৌজামে লগতে ত্যাগ কৰে কংগ্ৰেছৰ প্ৰাথমিক সদস্য পদো

গোবিন্দাস কণ্ঠৌজামে লগতে ত্যাগ কৰে কংগ্ৰেছৰ প্ৰাথমিক সদস্য পদো

  • Share this:

মণিপুৰ কংগ্ৰেছৰ বিধায়ক গোবিন্দাস কন্থৌজামে ব্যক্তিগত কাৰণৰ কথা উল্লেখ কৰি মণিপুৰ বিধান সভাৰ সদস্যপদ আৰু মণিপুৰ প্ৰদেশ কংগ্ৰেছ কমিটিৰ ((MPCC)) প্ৰাথমিক সদস্য পদৰ পৰা পদত্যাগ কৰিছে।


মণিপুৰ বিধান সভাৰ অধ্যক্ষ য়ুম্নাম খেমচান্দে গোবিন্দাসৰ পদত্যাগ পত্ৰ গ্ৰহণ কৰিছে।
লগতে মণিপুৰ প্ৰদেশ কংগ্ৰেছৰ অন্তৰ্ৱৰ্তীকালীন সভাপতি নামেইৰাকপাম লকেন সিঙেও তেওঁ প্ৰাথমিক সদস্য পদ ত্যাগ–পত্ৰ গ্ৰহণ কৰে। মণিপুৰ কংগ্ৰেছৰ সভাপতি পদো কেইদিনমান আগেয়ে গোবিন্দাসে ত্যাগ কৰিছিল।

Published by: Gautam Barman
First published: July 28, 2021, 11:28 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি