Eggs in Refrigerator : আপুনি কেঁচা কণী ফ্ৰীজত ৰাখে নেকি ? যদি ৰাখে তেন্তে আপুনি কি ভুল কৰিছে ?

আমাৰ দৈনন্দিন আহাৰত কণী অতি গুৰুত্বপূৰ্ণ৷ আমি কণী কিনি ফ্ৰিজত ৰাখো৷ কিন্তু বহুলোকে নাজানে যে কেঁচা কণী ৰেফ্ৰিজেৰেটৰত ৰাখিব নালাগে৷ এই সংঘাত দূৰ কৰিবলৈ ব্ৰিটেইনৰ প্ৰখ্যাত ৰান্ধনী জেমছ মাৰ্টিনে দেখুৱাইছে (Reasons why should you not keep eggs in refrigerator )।