পাকঘৰত বহুতো উপাদান আছে যি কেৱল সোৱাদ বঢ়োৱাৰ কামেই নকৰে কিন্তু শৰীৰৰ বিভিন্ন ৰোগৰ পৰাও সকাহ দিব পাৰে। সোৱাদৰ সৈতে এই উপাদানবোৰৰ অপৰিসীম গুণাগুণবোৰ জনাটো সঁচাকৈয়ে দৰকাৰী। এনে এটা উপাদান হৈছে ইলাচী।
বিভিন্ন সুস্বাদু খাদ্যত ইলাচী ব্যৱহাৰ কৰা হয়। কিন্তু বহুতে ইয়াৰ স্বাস্থ্যৰ লাভালাভৰ বিষয়ে আমি অজ্ঞাত। এই উপাদানটোৰ গুণাগুণবোৰ কি জানো আহক-
ইলাচীয়ে পেট সম্পৰ্কীয় সমস্যাৰ পৰা সকাহ দিব পাৰে। নিয়মীয়াকৈ ইলাচী খোৱাটো হৃদযন্ত্ৰৰ স্বাস্থ্যৰ বাবে ভাল।
ইয়াক অন্ত্ৰৰ বাবে বহুত ভাল বুলি গণ্য কৰা হয়। ই টোপনিৰ সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈও কাম কৰে।
ইলাচীয়ে বৃক্কৰ পাথৰ নিৰাময় কৰাতো সহায় কৰে। ইলাচীৰ সৈতে চাহ খালে চৰ্দি আৰু কাহ আৰোগ্য হয়।
মুখৰ দুৰ্গন্ধ পৰিহাৰ কৰিবলৈ ইলাচী খাব পাৰে। দাঁতৰ ক্ষয় আৰু সংক্ৰমণ দূৰ কৰিবলৈ ই ভালদৰে কাম কৰে।
ডাঙৰ ইলাচীৰ এণ্টিঅক্সিডেণ্ট গুণাগুণবোৰ পেশীবোৰ স্বাস্থ্যৱান ৰখাত সহায়ক।
কিন্তু ইলাচীৰ অত্যাধিক সেৱন স্বাস্থ্যৰ বাবেও ক্ষতিকাৰক হ'ব পাৰে।
Disclaimer: এই প্ৰতিবেদন কেৱল সাধাৰণ তথ্যৰ বাবে, সেয়েহে বিশদ জানিবলৈ সদায়ে বিশেষজ্ঞ এজনৰ পৰামৰ্শ লওঁক।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|