
লিভাৰ হ’ল আমাৰ শৰীৰৰ দ্বিতীয় বৃহত্ অৰ্গেন। যি আমাৰ হজম শক্তিত প্ৰধান ভুমিকা পালন কৰে।
লিভাৰ হ’ল আমাৰ শৰীৰৰ দ্বিতীয় বৃহত্ অৰ্গেন। যি আমাৰ হজম শক্তিত প্ৰধান ভুমিকা পালন কৰে।
লিভাৰ হ’ল আমাৰ শৰীৰৰ দ্বিতীয় বৃহত্ অৰ্গেন। যি আমাৰ হজম শক্তিত প্ৰধান ভুমিকা পালন কৰে। আৰু যিমান খাদ্য খাও, আনকি মেডিচিনৰ লৈকে, লিভাৰৰ জৰিয়তে অন্য অংশলৈ যায়। বিভিন্ন ইনফেকশ্যন, ব্লাড চুগাৰ ৰেগুলেট কৰা, শৰীৰৰ পৰা টক্সিন আঁতৰাই দিয়া, কলেষ্ট্ৰ’ৰেল নিয়ন্ত্ৰণ কৰা, প্ৰ’টিন উত্পন্ন আৰু হজমৰ বাবে বাইল ৰস ৰিলিজ কৰাত সহায় কৰে।
কিদৰে ভালে ৰাখিব লিভাৰ
- এটা সুস্থ জীৱন শৈলীৰ লগতে এটা ডায়েট সদায় মানি চলিব লাগে।
- ঘেহু, গাখীৰৰ প্ৰডাক্ট, ফল-মূল, সেউজীয়া শাক-পাচলি। ব্ৰকলী, ফুলকবি, বন্ধাকবি, আপেল, ৱালনোট, গাজৰ লিভাৰ সুৰক্ষিত কৰি ৰাখিবলৈ অতি উত্তম বুলি দাবী কৰিছে বহু গৱেষণাই।
- ফাইবাৰ যুক্ত খাদ্যও লিভাৰৰ বাবে উপকাৰী।
- বিশুদ্ধ পানী খাব লাগে।
- সুৰাপানৰ পৰা বিৰত থাকিব লাগে।
- নিয়মিত যোগাভ্যাস, শাৰীৰিক ব্যায়াম কৰিব লাগে।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|