পুৱা শুই উঠাৰ পিছত এগিলাছ কুহুমীয়া গৰম পানী খোৱা বহুতৰে অভ্যাস। পিছে গৰম পানীৰ লগত নেমু মিহলাই খাওক। শৰীৰৰ বহুকেইটা সমস্যা মুহূৰ্ততে নাইকীয়া কৰিব এই অভ্যাসে।
নেমুৰ দৰে নেমুজাতীয় ফলত ভিটামিন চি অধিক থাকে, এক প্ৰাথমিক এণ্টিঅক্সিডেণ্ট যি কোষবোৰক মুক্ত ৰেডিকেলৰ ক্ষতিৰ পৰা সুৰক্ষিত কৰাত সহায় কৰে।
গৱেষণাই দেখুৱাইছে যে, নেমুত থকা পলিফেনল এণ্টিঅক্সিডেণ্টে ওজন নিয়ন্ত্ৰণ কৰাত সহায় কৰে।
নেমুত পোৱা ভিটামিন চিয়ে ছালৰ সমস্যা হ্ৰাস কৰে। বয়স বৃদ্ধিৰ পৰা শুকান ছাল, আৰু সূৰ্যৰ পৰা ক্ষতি হ্ৰাস কৰাত সহায় কৰিব পাৰে।
কোষ্ঠকাঠিন্যতা দূৰ কৰিবলৈ দৈনিক পুৱা কুহুমীয়া পানী গ্ৰহণ কৰে। পুৱা শুই উঠি গৰম পানীত নেমু চেপি খালে আপোনাৰ পাচন তন্ত্ৰ অধিক শক্তিশালী হয়।
Published by: Himangshu Bhuyan
FIRST PUBLISHED : April 15, 2022, 10:05 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।