Delhi Covid-19: স্বাস্থ্য বিভাগে জনোৱা অনুসৰি সোমবাৰে ১৩৭টা নতুন সংক্ৰমণৰ তুলনাত বৃহস্পতিবাৰে দৈনিক সংক্ৰমণ ৩২৫টালৈ বৃদ্ধি হোৱাটো চিন্তাৰ কাৰণ।
Delhi Covid-19: স্বাস্থ্য বিভাগে জনোৱা অনুসৰি সোমবাৰে ১৩৭টা নতুন সংক্ৰমণৰ তুলনাত বৃহস্পতিবাৰে দৈনিক সংক্ৰমণ ৩২৫টালৈ বৃদ্ধি হোৱাটো চিন্তাৰ কাৰণ।
দিল্লী (Delhi )ত বৃহস্পতিবাৰে কোভিড-19 (Covid-19)ৰ ৩২৫টা নতুন সংক্ৰমণৰ ঘটনাই ৰাজধানীত কোৰোণাৰ সংক্ৰমণ নতুনকৈ বৃদ্ধি হোৱাৰ ইংগিত দিছে। এয়া হৈছে বিগত ৪০ দিনৰ ভিতৰত এদিনত সৰ্বাধিক সংক্ৰমণ। ৰাজ্যৰ স্বাস্থ্য বিভাগৰ তথ্য অনুসৰি বৃহস্পতিবাৰে দিল্লীত কোৰোণা পজিটিভিটী হাৰ ২.৩৯ শতাংশলৈ বৃদ্ধি হৈছে । কোভিড-19 পজিটিভিটী হাৰ এসপ্তাহত ০.৫ শতাংশৰ পৰা ২.৩৯ শতাংশলৈ বৃদ্ধি পাইছে।
অৱশ্যে চিকিৎসকসকলে সকলোকে সতৰ্ক হৈ থকাৰ লগতে কোভিড-উপযুক্ত আচৰণ অনুসৰণ কৰিবলৈ আহ্বান জনাই আতংকিত নহ'বলৈ আহ্বান জনাইছে।
স্বাস্থ্য বিভাগে জনোৱা অনুসৰি সোমবাৰে ১৩৭টা নতুন সংক্ৰমণৰ তুলনাত বৃহস্পতিবাৰে দৈনিক সংক্ৰমণ ৩২৫টালৈ বৃদ্ধি হোৱাটো চিন্তাৰ কাৰণ।
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|