অনুৰাগীক কন্দুৱাই চিৰদিনৰ বাবে বিদায় ল'লে জনপ্ৰিয় কণ্ঠশিল্পী KK-ই। কলকাতাত অনুষ্ঠান পৰিৱেশন কৰাৰ পিছতে কৰুণ মৃত্যুক সাৱটি লৈছিল জনপ্ৰিয় কণ্ঠশিল্পীগৰাকীয়ে।
বলীউদৰৰ জনপ্ৰিয় কণ্ঠশিল্পী কে কেৰ আকস্মিক মৃত্যুৰ খবৰ লাভ কৰিয়েই শোকত ভাগি পৰিছিল জুবিন গাৰ্গ। লগতে কেকেৰ লগত একেলগে এটা গীত প্ৰস্তুতৰ পৰিকল্পনা কৰা বুলিও জনাইছিল জুবিন গাৰ্গে। কিন্তু সেয়া হৈ নুঠিল। আৰু এতিয়া জুবিন গাৰ্গে প্ৰিয় বন্ধু কেকেলৈ গীতেৰে জনাইছে শ্ৰদ্ধাঞ্জলি।
আৰু এতিয়া জুবিন গাৰ্গে কেকেৰ অতি জনপ্ৰিয় গীত 'jarasa dilma da jaga tu'-শীৰ্ষক গীতত কণ্ঠ নিগৰাই জুবিনে।
Published by: Himangshu Bhuyan
FIRST PUBLISHED : June 09, 2022, 22:43 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।