உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • entertainment
    • »
    • Zubeen Garg: ভবাই নাছিলো! হঠাৎ জুবিন গাৰ্গক লগ পাই কি ক'লে দ্বীপলিনা ডেকাই?

    Zubeen Garg: ভবাই নাছিলো! হঠাৎ জুবিন গাৰ্গক লগ পাই কি ক'লে দ্বীপলিনা ডেকাই?

    জুবিন গাৰ্গৰ মিছন চাইনা ছবিৰ জৰিয়তেই ৰূপালী পৰ্দাত খোজ দিছিল দ্বীপলিনা ডেকাই।

    জুবিন গাৰ্গৰ মিছন চাইনা ছবিৰ জৰিয়তেই ৰূপালী পৰ্দাত খোজ দিছিল দ্বীপলিনা ডেকাই।

    জুবিন গাৰ্গৰ মিছন চাইনা ছবিৰ জৰিয়তেই ৰূপালী পৰ্দাত খোজ দিছিল দ্বীপলিনা ডেকাই।

    • Share this:
    জুবিন গাৰ্গ( Zubeen Garg ), নামেই যাৰ পৰিচয়। নৱ প্ৰজন্মৰ হাৰ্টথ্ৰৱ জুবিন গাৰ্গক এবাৰ লগ পাবলৈ, এবাৰ চুই চাবলৈ কিমানৰ যে হেঁপাহ!

    RED AV Studioত জুবিন গাৰ্গক হঠাৎ লগ পালে দ্বীপলিনা ডেকাই। আৰু নিজৰ ছচিয়েল মিডিয়া চাইটত জুবিন গাৰ্গৰ সৈতে এখন শ্বেয়াৰ কৰে কণ্ঠশিল্পী তথা অভিনেত্ৰীগৰাকীয়ে। দ্বীপলিনা ডেকাৰ এই ফটো শ্বেয়াৰ কৰি কেপশ্যনত লিখিছে- 'আজি হঠাৎ… ভবাই নাছিলো।'




    উল্লেখ্য যে, কণ্ঠশিল্পী তথা অভিনেত্ৰী দ্বীপলিনা ডেকাই(Deeplina Deka) জুবিন গাৰ্গ পৰিচালিত মিছন চাইনা ছবিৰ জৰিয়তেই প্ৰথমবাৰলৈ ভুমুকি মাৰিছিল ৰূপালী পৰ্দাত। ছবিখনত কেপ্টেইন গোস্বামীৰ প্ৰেয়সীৰ চৰিত্ৰত অভিনয় কৰিছিল দ্বীপলিনাই।

    Read all News in Assamese, Assam News Today, Entertainment News in Assamese, Business News in Assamese, Sports News in Assamese, Health News in Assamese, India News in Assamese
    Published by:Himangshu Bhuyan
    First published: