মুখ্যপৃষ্ঠা »খবৰ »মনোৰঞ্জন »Urfi Javed Viral Video: 'উলংগ হ'বলৈ বাকী কি থাকিল!' উৰ্ফিৰ পোছাকত স্পষ্ট হৈ পৰিছে স্তনৰ পৰা টেটুলৈকে! ছচিয়েল মিডিয়াত চৰম সমালোচনা

Urfi Javed Viral Video: 'উলংগ হ'বলৈ বাকী কি থাকিল!' উৰ্ফিৰ পোছাকত স্পষ্ট হৈ পৰিছে স্তনৰ পৰা টেটুলৈকে! ছচিয়েল মিডিয়াত চৰম সমালোচনা

Urfi Javed Viral Video: এইবাৰ উৰ্ফিক নেমু হালধীয়া চুইমচুটত দেখা গৈছিল। এই পোছাকটো উৰ্ফি (Urfi Javed)য়ে নিজেই তৈয়াৰ কৰিছিল। বুকুত থকা টেটুটোও স্পষ্ট হৈ আছে।

Urfi Javed Viral Video: এইবাৰ উৰ্ফিক নেমু হালধীয়া চুইমচুটত দেখা গৈছিল। এই পোছাকটো উৰ্ফি (Urfi Javed)য়ে নিজেই তৈয়াৰ কৰিছিল। বুকুত থকা টেটুটোও স্পষ্ট হৈ আছে।

Urfi Javed Viral Video: এইবাৰ উৰ্ফিক নেমু হালধীয়া চুইমচুটত দেখা গৈছিল। এই পোছাকটো উৰ্ফি (Urfi Javed)য়ে নিজেই তৈয়াৰ কৰিছিল। বুকুত থকা টেটুটোও স্পষ্ট হৈ আছে।

  • Share this:
উৰ্ফি জাভেদ (Urfi Javed)। বলীউডত এই নামটো এতিয়া সকলোৰে মুখে মুখে। উৰ্ফিয়ে সৰু পৰ্দাত অভিনয় কৰিছে। তাই বিগ বছত এগৰাকী প্ৰতিযোগীও আছিল। কিন্তু এই সকলোবোৰতকৈ উৰ্ফিৰ কাপোৰবোৰ অধিক চৰ্চিত। প্ৰায় প্ৰতিদিনে উৰ্ফিয়ে বেলেগ বেলেগ কাপোৰ পিন্ধে আৰু বাহিৰলৈ যায়। আৰু সেই পোছাকক লৈয়েই আৰম্ভ হয় তুমুল চৰ্চা। কেতিয়াবা দেখা যায় যে বুকুত অলপমান সূতা মেৰিয়াই উৰ্ফিয়ে ৰাস্তা বা শ্বপিং মলত বা বিমানবন্দৰত মুকলি শৰীৰ লৈ ঘূৰি ফুৰিছে। পাপাৰাজীয়ে তাইক এই পোছাকত দেখাৰ লগে লগে ভিৰ কৰেহি। সাধাৰণ মানুহো দৌৰি আহে চাবলৈ। উৰ্ফিয়ে জানে যে শিৰোনামত কেনেদৰে থাকিব লাগে!

কিন্তু শেহতীয়াকৈ উৰ্ফি (Urfi Javed)য়ে যি কৰিছে তাক লৈ আকৌ চৰ্চা আৰম্ভ হৈছে। উৰ্ফিয়ে ইনষ্টাগ্ৰাম হেণ্ডেলত নিজৰ এক ফটো শ্বুটৰ ভিডিঅ' শ্বেয়াৰ কৰিছে যিটো নেটিজেনসকলৰ মন্তব্যৰে ভৰি পৰিছে। উৰ্ফিৰ ড্ৰেছিং চেঞ্চৰ সমালোচনাৰ কোনো অন্ত নাই। আৰু নহ'বই বা কিয়! উৰ্ফিয়ে নিজৰ পুৰণি কাপোৰবোৰ কাটি পিন্ধে। সেই কাপোৰবোৰত নিজৰ গোটেই শৰীৰটো দেখা যায়। আৰু সেই কাপোৰবোৰ পিন্ধিয়েই উৰ্ফি শ্বপিং মলৰ পৰা বিমনা বন্দৰ, বজাৰৰ পৰা বস্তি অঞ্চললৈ সকলো ঠাইলৈ যায়। এইটো এনেকুৱা যেন মানুহৰ মনোযোগ আকৰ্ষণ কৰাটো তেওঁৰ কাম।








View this post on Instagram






A post shared by Uorfi (@urf7i)





এইবাৰ উৰ্ফিক নেমু হালধীয়া চুইমচুটত দেখা গৈছিল। এই পোছাকটো উৰ্ফি (Urfi Javed)য়ে নিজেই তৈয়াৰ কৰিছিল। বুকুত থকা টেটুটোও স্পষ্ট হৈ আছে। অভিনেত্ৰীগৰাকীক এই অদ্ভুত পোছাক পিন্ধি ফটো শ্বুট কৰাৰ বাবে পুনৰ ট্ৰ'ল কৰা হৈছে। উৰ্ফিৰ সেই পোষ্টটো শ্বেয়াৰ কৰি নেটিজেনসকলে লিখিছিল, "কোনোবাই তাইক পোছাক কিনি দিয়ক।" আন কোনোবাই লিখিছিল, "আপুনি উলংগ হৈ বাহিৰলৈ যাব পাৰে! কাৰণ আপোনাৰ কাপোৰৰ অৰ্থ হৈছে নগ্নতা।" কিন্তু উৰ্ফিয়ে এই আক্ৰমণবোৰৰ কোনো উত্তৰ দিয়া নাছিল। এই ভিডিঅ'টো এতিয়া ভাইৰেল হৈ পৰিছে।

শেহতীয়া বাতৰি