• Home
  • »
  • News
  • »
  • entertainment
  • »
  • Viral Video: 'Touch It' গীতত বিমানৰ ভিতৰতে আকৰ্ষণীয় নৃত্য বিমান সেৱিকাৰ! ভিডিও দ্ৰুতগতিত ভাইৰেল

Viral Video: 'Touch It' গীতত বিমানৰ ভিতৰতে আকৰ্ষণীয় নৃত্য বিমান সেৱিকাৰ! ভিডিও দ্ৰুতগতিত ভাইৰেল

IndiGo air hostess dances to viral 'Touch It' song: বিগত কিছুদিন ধৰি এই ভিডিও এতিয়া ভাইৰেল হৈ আছে ছচিয়েল মিডিয়াত।

  • Share this:
বিমানৰ ভিতৰতে বিমানসেৱিকাৰ ভাইৰেল ডান্স ভিডিও এতিয়া সৰ্বত্ৰ চৰ্চিত। সম্প্ৰতি ইণ্ডিগোৰ এগৰাকী বিমানসেৱিকাক মানিকে মাগে হিতে গীতৰ ৰিল ডান্স কৰা দেখা গৈছিল। তাৰ কিছুদিন পিছতে স্পাইছজেটৰ এগৰাকী কেবিন ক্ৰুক দেখা গৈছিল - টেক ইট ইজি উৰ্বশী গীতত নচা। এয়াই শেষ নহয়। এতিয়া আকৌ এটা পুৰণি গীত কিডিৰ 'টাচ ইট' গীতত ইনষ্টা ৰীল প্ৰস্তুত কৰিলে এগৰাকী বিমান সেৱিকাই।

বিগত কিছুদিন ধৰি এই ভিডিও এতিয়া ভাইৰেল হৈ আছে ছচিয়েল মিডিয়াত। ভিডিওটোৰ ভিউজে লাখৰ সীমা পাৰ কৰিছে। এনে নৃত্য এতিয়া নেটিজেনে প্ৰশংসাও কৰিছে।
Published by:Himangshu Bhuyan
First published: