মুখ্যপৃষ্ঠা » খবৰ

» মনোৰঞ্জন

»Bollywood সুন্দৰী ছানী লিয়নী আকৌ বাতৰিৰ শিৰোনামত ! এইবাৰ কি কৰিলে ছানী লিয়নীয়ে ?

Bollywood সুন্দৰী ছানী লিয়নী আকৌ বাতৰিৰ শিৰোনামত ! এইবাৰ কি কৰিলে ছানী লিয়নীয়ে ?

Kokil Sarma | News18-Assam
Updated:October 12, 2021, 7:05 PM IST
Bollywood সুন্দৰী ছানী লিয়নী আকৌ বাতৰিৰ শিৰোনামত ! এইবাৰ কি কৰিলে ছানী লিয়নীয়ে ?
ছানী লিয়নীয়ে (Sunny Leone) Bollywoodত এক বিশেষ স্থান লাভ কৰিছে। তেওঁ মঙলবাৰে ইনষ্টাগ্ৰামত ঘৰৰ চাদত থকা চুইমিং পুলত নিজৰ শৰীৰ প্ৰদৰ্শন কৰা এখন ছবি শ্বেয়াৰ কৰিছিল।

ছানী লিয়নীয়ে (Sunny Leone) Bollywoodত এক বিশেষ স্থান লাভ কৰিছে। তেওঁ মঙলবাৰে ইনষ্টাগ্ৰামত ঘৰৰ চাদত থকা চুইমিং পুলত নিজৰ শৰীৰ প্ৰদৰ্শন কৰা এখন ছবি শ্বেয়াৰ কৰিছিল।

  • Share this:
ছানী লিয়নীয়ে (Sunny Leone) Bollywoodত এক বিশেষ স্থান লাভ কৰিছে। তেওঁক আৰু কোনো পৰিচয়ৰ প্ৰয়োজন নাই। তেওঁ আৰম্ভণিৰ পৰাই বলীউডৰ চলচ্চিত্ৰ আৰু গানত সাহসিকতাৰ বাবে শিৰোনাম দখল কৰি আহিছে। বলীউডৰ আন অভিনেতাসকলৰ দৰে, তেওঁ সামাজিক মাধ্যমত অতি সক্ৰিয়। তেওঁৰ ইনষ্টাগ্ৰাম একাউণ্টৰ পৰা তেওঁৰ পেছাদাৰী আৰু ব্যক্তিগত জীৱনৰ আপডেট ভাগ বতৰা কৰি থাকে। ইয়াৰ জৰিয়তে তেওঁ তেওঁৰ অনুৰাগীসকলৰ সৈতে যোগাযোগত থাকে। তেওঁ মঙলবাৰে ইনষ্টাগ্ৰামত ঘৰৰ চালত থকা চুইমিং পুলত নিজৰ শৰীৰ প্ৰদৰ্শন কৰা এখন ছবি শ্বেয়াৰ কৰিছিল।

তেওঁ আগতে তেওঁৰ ইনষ্টাগ্ৰাম একাউণ্টত তেওঁৰ বাৰান্দাত তোলা এখন ফটো শ্বেয়াৰ কৰিছিল। সামাজিক মাধ্যমত তেওঁৰ যথেষ্ট অনুৰাগী আছে। তেওঁৰ ইনষ্টাগ্ৰামত ৪৮.৫ মিলিয়ন অনুসৰণকাৰী আছে। ছানিয়ে ২০২১ চনৰ মাৰ্চত মুম্বাইত এটা নতুন ঘৰ কিনিছিল আৰু একেটা ঘৰৰ চাদত এটা চুইমিং পুল আছে। একেটা চুইমিং পুলত থিয় হৈ তেওঁ হাত দুখন মেলি সুন্দৰ ভংগীমা দিছে।

Published by: Kokil Sarma
First published: October 12, 2021, 7:05 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি