মুখ্যপৃষ্ঠা »খবৰ »মনোৰঞ্জন »Viral Photo: নন্দী-ভৃঙ্গীৰ ৰূপত বিউটী-মোহন! কিয় এই ৰূপ তাক লৈ সামাজিক মাধ্যমত চৰ্চা, চাওক দুখন বিশেষ ফটো

Viral Photo: নন্দী-ভৃঙ্গীৰ ৰূপত বিউটী-মোহন! কিয় এই ৰূপ তাক লৈ সামাজিক মাধ্যমত চৰ্চা, চাওক দুখন বিশেষ ফটো

অভিনেত্ৰী চুমকী কচাৰীয়ে নিজৰ ইনষ্টাগ্ৰামযোগে শ্বেয়াৰ কৰিছে দুখন বিশেষ ফটো।

অভিনেত্ৰী চুমকী কচাৰীয়ে নিজৰ ইনষ্টাগ্ৰামযোগে শ্বেয়াৰ কৰিছে দুখন বিশেষ ফটো।

অভিনেত্ৰী চুমকী কচাৰীয়ে নিজৰ ইনষ্টাগ্ৰামযোগে শ্বেয়াৰ কৰিছে দুখন বিশেষ ফটো।

  • Share this:

টেলিভিশ্বন ধাৰাবাহিকৰ জৰিয়তে যথেষ্ট জনপ্ৰিয় হৈ পৰা বিউটী খ্যাত অভিনেত্ৰী চুমকী কচাৰী আৰু মোহন খ্যাত অভিনেতা দীপজ্যোতি কেওটক দেখা গৈছে এক নতুন ৰূপত।


অভিনেত্ৰী চুমকী কচাৰীয়ে নিজৰ ইনষ্টাগ্ৰামযোগে শ্বেয়াৰ কৰিছে দুখন বিশেষ ফটো। দুয়োখন ফটোতে বিউটী আৰু মোহনক এক নতুন ৰূপত অৰ্থাৎ নন্দী-ভৃঙ্গীৰ ৰূপত দেখা গৈছে।


সামাজিক মাধ্যমত ফটো দুখন শ্বেয়াৰ কৰি চুমকী কচাৰীয়ে কেপচনত লিখিছে, "নন্দী-ভৃঙ্গী…"।






দুয়োগৰাকী প্ৰিয় শিল্পীক ন ৰূপত দেখা পাই অনুৰাগীসকল যথেষ্ট আপ্লুত হৈ পৰিছে। তেওঁলোকৰ এই ৰূপ দেখি নেটিজেনৰ বিভিন্নজনে বিভিন্ন মন্তব্য কৰিছে।

শেহতীয়া বাতৰি