• Home
  • »
  • News
  • »
  • entertainment
  • »
  • অভিনেতা সিদ্ধান্ত বীৰ সূৰ্যবংশী আৰু নাই ! GYMত ব্যায়াম কৰি থকা সময়তে হৃদৰোগত আক্ৰান্ত ...

অভিনেতা সিদ্ধান্ত বীৰ সূৰ্যবংশী আৰু নাই ! GYMত ব্যায়াম কৰি থকা সময়তে হৃদৰোগত আক্ৰান্ত ...

অভিনেতা সিদ্ধান্ত বীৰ সূৰ্যবংশীয়ে আজি ৰাতিপুৱা জিমত ব্যায়াম কৰোঁতে হৃদৰোগত আক্ৰান্ত হৈছিল। চিকিৎসকসকলে তেওঁক বচাবলৈ যথেষ্ট চেষ্টা কৰিছিল, কিন্তু তেওঁলোক বিফল হৈছিল।

  • Share this:
অভিনেতা সিদ্ধান্ত বীৰ সূৰ্যবংশীয়ে আজি ৰাতিপুৱা জিমত ব্যায়াম কৰোঁতে হৃদৰোগত আক্ৰান্ত হৈছিল। যেতিয়া তেওঁক চিকিৎসালয়লৈ লৈ যোৱা হৈছিল, চিকিৎসকসকলে তেওঁক বচাবলৈ যথেষ্ট চেষ্টা কৰিছিল, কিন্তু তেওঁলোক বিফল হৈছিল। তেওঁ ৪৬ বছৰ বয়সত এই পৃথিৱী ত্যাগ কৰিছে। সিদ্ধান্তৰ আগতে, ৰাজু শ্ৰীবাস্তৱ আৰু দীপেশ ভানৰো একে পৰিস্থিতিত মৃত্যু হৈছিল। জিমত ব্যায়াম কৰোঁতে ৰাজু শ্ৰীবাস্তৱো হৃদৰোগত আক্ৰান্ত হৈছিল।

'জিদ্দী দিল মানে না' ধাৰাবাহিকত অভিনেতাজনৰ সৈতে কাম কৰা অভিনেতা আদিত্য দেশমুখে এই খবৰটো নিশ্চিত কৰিছে। ওলাই অহা প্ৰতিবেদন অনুসৰি, সিদ্ধান্ত আজি জিমত আছিল আৰু জিমত ব্যায়াম কৰোঁতে তেওঁ হঠাতে তললৈ বাগৰি পৰে। তেওঁক লগে লগে কোকিলাবানে ধীৰুভাই আম্বানী চিকিৎসালয়লৈ লৈ যোৱা হয়, য'ত চিকিৎসকে তেওঁক ৪৫ মিনিট পৰ্যন্ত বচাবলৈ চেষ্টা কৰিছিল, কিন্তু অভিনেতাজনক বচাব নোৱাৰিলে।
Published by:Kokil Sarma
First published:

শেহতীয়া বাতৰি