
যুৱতীগৰাকী দেখাতো প্ৰায় অভিনেত্ৰী কিয়াৰা আদৱানীৰ দৰে
যুৱতীগৰাকী দেখাতো প্ৰায় অভিনেত্ৰী কিয়াৰা আদৱানীৰ দৰে
টিকটক এতিয়া সমগ্ৰ ভাৰতবৰ্ষতে অতি জনপ্ৰিয়। বলীউদৰো বহু অভিনেতা অভিনেত্ৰীক TIKtok ভিজিঅ’ নিৰ্মাণ কৰা দেখা যায়। সেইদৰে বহুতে টিকটকত ভি়ডিঅ’ নিৰ্মাণ কৰি লাভ কৰিছে অভূতপূৰ্ব জনপ্ৰিয়তা। এইবাৰ এগৰাকী যুৱতীক দেখা গ’ল বলীউদৰ জনপ্ৰিয় ছবি কবীৰ সিঙৰ প্ৰীতিৰ চৰিত্ৰটোৰ কিছু সংলাপেৰে টিকটক ভিডিঅ’ প্ৰস্তুত কৰা। যুৱতীগৰাকী দেখাতো প্ৰায় অভিনেত্ৰী কিয়াৰা আদৱানীৰ দৰে। যুৱতীগৰাকীয়ে ভিডিঅ’টো শ্বেয়াৰ কৰাৰ লগে লগে ভাইৰেল হৈ পৰে ছচিয়েল মিডিয়াত।
চাওক ভিডিঅ’
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|