• Home
  • »
  • News
  • »
  • entertainment
  • »
  • Childhood Photo : আইতাকক মৰমেৰে মিঠাই খুৱাই থকা এই শিশুটি এতিয়া বলীউডৰ বিখ্যাত অভিনেত্ৰী, যি সদায়ে থাকে চৰ্চাত, ধৰিব পাৰিছেনে?

Childhood Photo : আইতাকক মৰমেৰে মিঠাই খুৱাই থকা এই শিশুটি এতিয়া বলীউডৰ বিখ্যাত অভিনেত্ৰী, যি সদায়ে থাকে চৰ্চাত, ধৰিব পাৰিছেনে?

''সদায় মিছ কৰোঁ তোমাক নেনী''- বুলি উল্লেখ কৰি এই ফটোখন তেওঁ নিজৰ ইনষ্টাগ্ৰাম প্ৰফাইলত শ্বেয়াৰ কৰিছে।

''সদায় মিছ কৰোঁ তোমাক নেনী''- বুলি উল্লেখ কৰি এই ফটোখন তেওঁ নিজৰ ইনষ্টাগ্ৰাম প্ৰফাইলত শ্বেয়াৰ কৰিছে।

''সদায় মিছ কৰোঁ তোমাক নেনী''- বুলি উল্লেখ কৰি এই ফটোখন তেওঁ নিজৰ ইনষ্টাগ্ৰাম প্ৰফাইলত শ্বেয়াৰ কৰিছে।

  • Share this:

ফটোত দেখা পোৱা এই মৰমলগা কণমানি ছোৱালীজনীয়ে নিজৰ হাতেৰে আইতাকক খুৱাই আছে। এতিয়া তেওঁ গ্লেমাৰাছ জগতৰ ষ্টাইলিছ ব্যক্তিত্ব। কেৱল দেশতে নহয় সমগ্ৰ বিশ্বতে তেওঁ বিখ্যাত। বাতৰিত প্ৰতিদিনে শিৰোনামত থাকে।


তেওঁৰ আছে মিছ ৱৰ্ল্ডৰ খিতাপ। এগৰাকী মডেলৰ পৰা অভিনেত্ৰী ৰূপে পৰিচিত এইগৰাকী মহিলা। তেওঁ সৰ্বাধিক দৰমহা পোৱা বলীউডৰ অভিনেত্ৰী।


ধৰিব পাৰিছেনে তেওঁক। এতিয়ালৈকে আপুনি নিশ্চয় এই ছোৱালীজনীক চিনি পাইছে আৰু যদি চিনি পোৱা নাই তেন্তে কওঁ যে এয়া বিখ্যাত অভিনেত্ৰী প্ৰিয়ংকা চোপ্ৰাৰ শৈশৱৰ ফটো।
প্ৰিয়ংকা এগৰাকী অভিনেত্ৰী মডেল, চলচ্চিত্ৰ প্ৰযোজক আৰু গায়িকাও। মিছ ৱৰ্ল্ড ২০০০ প্ৰতিযোগিতাত বিজয়ী প্ৰিয়ংকা চোপ্ৰা ভাৰতৰ সৰ্বাধিক দৰমহা পোৱা আৰু জনপ্ৰিয় অভিনেত্ৰী। তেওঁ দুটাকৈ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা আৰু পাঁচটা ফিল্মফেয়াৰ বঁটাকে ধৰি কেইবাটাও বঁটা লাভ কৰিছে। ২০১৬ চনত ভাৰত চৰকাৰে তেওঁক পদ্মশ্ৰী সন্মানেৰে সন্মানিত কৰে আৰু টাইমে তেওঁক বিশ্বৰ ১০০ জন প্ৰভাৱশালী ব্যক্তিৰ তালিকাত অন্তৰ্ভুক্ত কৰে (famous Bollywood actress childhood photo)।











View this post on Instagram






A post shared by Priyanka (@priyankachopra)





এই ফটোখন তেওঁ নিজৰ ইনষ্টাগ্ৰাম প্ৰফাইলত শ্বেয়াৰ কৰিছে। শৈশৱৰ দুখন ফটো শ্বেয়াৰ কৰিছে, এখনত তাই মাক আৰু আইতাকৰ সৈতে দেখা গৈছে, আনখন ফটোত তাই আইতাকক হাতেৰে খুৱাই আছে। এই ফটোখনৰ সৈতে তেওঁ কেপচন লিখিছে, আইতাৰ জন্মদিন উদযাপন কৰি। মা আৰু দেউতাই পঢ়া-শুনা আৰু চিকিৎসা কেৰিয়াৰৰ মাজত ভাৰসাম্য ৰক্ষা কৰি থকাৰ সময়ত তেওঁ মোক ডাঙৰ-দীঘল কৰিছিল। মোৰ জীৱনত এনে শক্তিশালী মাতৃ পাই মই নিজকে বৰ ভাগ্যৱান বুলি অনুভৱ কৰোঁ। আপোনালোক সকলোৰে প্ৰতি অত্যন্ত কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ। সদায় মিছ কৰোঁ তোমাক নেনী।

Published by:Gautam Barman
First published:

শেহতীয়া বাতৰি